• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুম্বাই বিমানবন্দৰত মহিলা যাত্ৰীৰ পৰা জব্দ ৮৪ কোটি টকা মূল্যৰ ড্ৰাগছ: তিনিগৰাকীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2023 9:16 pm
Heroin Recovered At Mumbai Airport
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চোৰাং বেহাৰ পথ হৈ পৰিছে দেশৰ বিমানবন্দৰ সমূহ! বিগত সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰ সমূহত ধাৰাবাহিকভাৱে নিষিদ্ধ দ্ৰব্যৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা জীৱ-জন্তু তথা অন্যান্য সামগ্ৰী অবাধ হাৰত জব্দ হোৱাৰ পিছতে ক্ৰমাৎ বিমানবন্দৰ সমূহক কেন্দ্ৰ কৰি এক চোৰাং চক্ৰ সক্ৰিয় হৈ থকাৰ ধাৰণা ঘনীভূত হৈ পৰিছে।

মঙলবাৰে পুনৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এগৰাকী মহিলা যাত্ৰীৰ পৰা প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিছে। জব্দকৃত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ৮৪ কোটি টকা হ’ব বুলি জানিবলৈ দিছে সঞ্চালকালয়ৰ বিষয়াই।

Apply Now

বিভাগীয় বিষয়াই সদৰী কৰা মতে, জব্দ হোৱা সামগ্ৰীখিনিক হেৰ’ইন বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এই ড্ৰাগছখিনি সংগ্ৰহ কৰিবলৈ অহা দুগৰাকী ব্যক্তিক বিমানবন্দৰৰ বাহিৰত গ্ৰেপ্তাৰ কৰা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ কয় যে মঙলবাৰে কেনিয়া এয়াৰৱেজৰ বিমানেৰে জিম্বাবুৱেৰ ৰাজধানী হাৰাৰেৰ পৰা নাইৰোবি হৈ মুম্বাইত উপস্থিত হয় মহিলা যাত্ৰীগৰাকী। নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বিষয়াসকলে তেওঁক গ্ৰেপ্তাৰ কৰে।

তেওঁৰ লাগেজৰ তালাচী চলোৱাৰ পিছত ১১.৯৪ কিলোগ্ৰাম ওজনৰ নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰি জব্দ কৰা হয় বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে। তেওঁ লগতে কয় যে পৰীক্ষাৰ অন্তত এই দ্ৰব্যখিনিক হেৰ’ইন বুলি চিনাক্ত কৰা হৈছে।

“জব্দ কৰা দ্ৰব্যখিনিৰ মূল্য চোৰাং বজাৰত প্ৰায় ৮৪ কোটি টকা হ’ব। যাত্ৰীগৰাকীয়ে ট্ৰলী বেগত ভৰাই অনা ফাইল ফল্ডাৰৰ ভিতৰত এই ড্ৰাগছখিনি লুকুৱাই আনিছিল। মহিলা যাত্ৰীগৰাকীয়ে এই ড্ৰাগছখিনি তেওঁক হাৰাৰেত দিয়া হৈছিল আৰু তেওঁ সেয়া মুম্বাইত দুজন ব্যক্তিক গতাব লাগিছিল বুলি স্বীকাৰ কৰিছে।”- বিষয়াগৰাকীয়ে লগতে কয়।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বিষয়টোৰ তদন্ত কৰি থকা বুলি উল্লেখ কৰি তেওঁ লগতে মহিলা যাত্ৰীগৰাকীকে ধৰি তিনিওগৰাকী ব্যক্তিকে এন ডি পি এছ এক্ট, ১৯৮৫ৰ বিধান অনুসৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd