• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিছা আৰক্ষীৰ সফলতা : কলিয়াবৰৰ পৰা দুদিন পূৰ্বে অপহৃত টাটা ম’বাইল বাহন উদ্ধাৰ

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , August 19, 2018 9:56 pm

1 min read

TataMobileRecovered

মিছা আৰক্ষীয়ে উদ্ধাৰ কৰা টাটা ম'বাইল বাহনখন।

78
VIEWS
Share on FacebookShare on Twitter

মিছা আৰক্ষীয়ে অতি তৎপৰতাৰে আজি উদ্ধাৰ কৰে যোৱা ১৭ আগষ্টৰ ৰাতি কলিয়াবৰৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱা টাটা ম’বাইল  বাহনখন। গাড়ীখন উদ্ধাৰৰ বাবে অভিযান চলোৱা মিছা আৰক্ষীয়ে নগাৱঁৰ মধ্য শিয়ালমাৰিৰ পৰা পৰিত্যক্ত অৱস্থাত গাড়ীখন উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে জনোৱামতে, গাড়ীখন এডৰা হাবিৰ মাজত লুকুৱাই ৰখা হৈছিল। আৰক্ষীৰ দলটো উক্ত স্থানত উপস্থিত হোৱাৰ উমান লাভ কৰি দুৰ্বৃত্তৰ দলটোৱে তাৰ পৰা পলায়ন কৰে।

উল্লেখযোগ্য যে উক্ত দিনা নিশা কলিয়াবৰৰ বৰভগীয়া চাৰিআলিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৰ্বৃত্তই ড্ৰাইভাৰ আৰু হেণ্ডিমেনক মাৰপিট কৰি অপহৰণ কৰি নিছিল গাড়ীখন (AS 03 BC 6300)। সেই সময়ত গাড়ীখন তিতাবৰৰ পৰা ৪৫ বেগ চাহপাত লৈ গুৱাহাটীলৈ আহি আছিল। কিন্তু মাজপথতে পিষ্টল দেখুৱাই ৬-৭জনীয়া এটা দলে গাড়ীখন লৈ উধাও হৈছিল।

পিছদিনা ৰূপহী আৰক্ষী চকীৰ আৰক্ষীয়ে অনুসন্ধানৰ সময়ত ৰূপহী আৰক্ষী চকীৰ অন্তৰ্গত ৰাস্তাৰ দাঁতিৰ এখন পথাৰত পৰি থকা অৱস্থাত ২৪ বেগ চাহপাত উদ্ধাৰ কৰিছিল।

আজি মিছা আৰক্ষীৰ এই অভিযানত দলটোক নেতৃত্ব প্ৰদান কৰিছিল উপ-পৰিদৰ্শক আব্দুল হানান লস্কৰে। জানিব পৰামতে, মিছা আৰক্ষীৰ ভূমিকাক স্থানীয় ৰাইজে শলাগ লৈছে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd