• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বগৃহত উপস্থিত হৈ সামাজিক কামত জড়িত হৈ পৰিছে হিমা

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 13, 2018 6:51 pm

1 min read

স্বগৃহত উপস্থিত হৈ সামাজিক কামত জড়িত হৈ পৰিছে হিমা
214
VIEWS
Share on FacebookShare on Twitter

এছিয়াডত কৰা উন্নত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা প্ৰশাসনৰ সম্বৰ্ধনা গ্ৰহণ কৰি হিমাই নগাঁও জিলাৰ ধিংস্থিত বাসগৃহত উপস্থিত হৈ আৰাম কৰাৰ বিপৰীতে নিজকে ব্যস্ত কৰি ৰাখিছে ৰাজহুৱা কামত।

স্বগৃহত উপস্থিত হোৱাৰ লগে লগে হিমাৰ বাসগৃহত মানুহে বিৰদি বাট নোপোৱা অৱস্থা হৈছে। কিন্তু ইয়াৰ মাজতে নিজক জড়িত কৰিছে গছপুলি ৰোপণ কাৰ্যত।  যি কামৰ জৰিয়তে সমাজৰ পৰিৱেশ সুস্থিৰ আৰু চাফ-চিকুণ হৈ থাকিব।

হিমাই আজি ফেন ক্লাবৰ সহযোগত নিজৰ গাঁৱত থকা নামঘৰৰ প্ৰাংগণত বৃক্ষ ৰোপণ কৰে। লগতে হিমাই ফেন ক্লাৱৰ সৌজন্যত ‘প্লাষ্টিক বৰ্জন কৰো আহক’ শীৰ্ষক অনুষ্ঠানটোৰ জৰিয়কে প্লাষ্টিক বৰ্জনৰ আহ্বান জনায়।

প্ৰদূষণমুক্ত কৰাৰ বাবে হিমাই গাঁৱৰ পৰাই এই প্ৰচেষ্টা আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। এই উপলক্ষে হিমাই এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি আজিৰ দিনটোতে ফেন ক্লাবৰ সহযোগত তিনি হাজৰ নিমপুলি ৰোপণ কৰে।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd