DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘স্প’ৰ্টছ ৱ’মেন অৱ দ ইয়াৰ’ হ’ব পাৰে অসমৰ হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 10:32 pm
Hima Das nominated for Sportstar 'Sports Woman of the Year'

স্প’ৰ্টছ্স্তাৰৰ ছবি।

2.3k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ প্ৰসিদ্ধ আৰু জনপ্ৰিয় ক্ৰীড়া আলোচনী স্প’ৰ্টছস্তাৰ-ৰ “স্প’ৰ্টছ ৱ’মেন অৱ দ ইয়াৰ” বঁটাৰ বাবে মনোনীত হৈছে অসম কন্যা হিমা দাস।

২০১৮ বৰ্ষৰ বাবে ত্ৰেক এন্দ ফিল্দ শাখাৰ স্প’ৰ্টছ ৱ’মেন অৱ দ ইয়াৰ ৰূপে এছিয়ান গে’মছকে ধৰি কেইবাখনো প্ৰতিযোগিতাত পদক বোটলা হিমাক মনোনীত কৰিছে আলোচনীখনে।

সৰ্বাধিক ভোট পোৱা দুগৰাকীৰ মাজৰ পৰা এগৰাকীক জুৰিয়ে এই সন্মান আগবঢ়াব। সন্মানীয় বঁটাটোৰ জুৰিৰ সদস্যৰূপে আছে প্ৰাক্তন ক্ৰিকেট তাৰকা সুনীল গাভাস্কাৰ।

জুৰিৰ সদস্য হৈছে ভাৰতীয় হকি দলৰ প্ৰাক্তন অধিনায়ক এম এম সৌম্যা, শ্বুটাৰ অঞ্জলী ভাগৱত, অলিম্পিয়ান লং জাম্পাৰ অঞ্জু ববি জৰ্জ আৰু দ হিন্দু গ্ৰুপৰ সঞ্চালক এন ৰাম।

বৰ্তমান দিজিতেল ৰূপতো উপলব্ধ আলোচনীখনে ত্ৰেক এন্দ ফিল্দৰ উপৰিও ক্ৰিকেটকে ধৰি আন ৯টা শাখাটো বঁটাতো আগবঢ়াব।

তাৰোপৰি জুৰিৰ নিৰ্বাচন মতে আন ৬টা শাখাতো স্প’ৰ্টছস্তাৰ এ’ছেছ ৰূপে বিখ্যাত বঁটাসমূহ আগবঢ়াব।

ভাৰতৰ প্ৰখ্যাত সংবাদ গোষ্ঠী দ হিন্দু গ্ৰুপে ১৯৭৮ চনৰ পৰা সাপ্তাহিকৰূপে প্ৰকাশ কৰা আলোচনীখনৰ এইটো ৪০ সংখ্যক বৰ্ষ।

Recent News

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd