• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 3:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব পাৰে হিমাচল প্ৰদেশ! উচ্চতম ন্যায়ালয়ে এনে আশংকা প্ৰকাশ কৰিছে। উত্তৰ ভাৰতৰ ৰাজ্যখনৰ স্বাভাৱিক ভাৰসাম্য ক্ষতিগ্ৰস্ত হোৱাৰ ধৰণটো লক্ষ্য ৰাখিছে উচ্চতম ন্যায়ালয়ে। দুজনীয়া বিচাৰপীঠে লক্ষ্য কৰিলে যে কেৱল ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়াটোৱেই যথেষ্ট নহয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰকৃতিৰ প্ৰতি গুৰুত্ব দিব লাগে।

হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হয়। উচ্চ ন্যায়ালয়ে কি ক’লে? দৰাচলতে চলিত বৰ্ষৰ জুন মাহত হিমাচল প্ৰদেশ চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছিল। ইয়াত কোৱা হৈছে যে কিছুমান বিশেষ অঞ্চলক সেউজীয়া অঞ্চল হিচাপে ঘোষণা কৰিব লাগে। মূলতঃ সেই অঞ্চলসমূহৰ নিৰ্মাণ উদ্যোগত বিনিয়োগ আকৰ্ষণ কৰিবলৈ চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু চৰকাৰৰ নিৰ্দেশৰ বিৰোধিতা কৰি হিমাচল প্ৰদেশৰ আদালতত আবেদন দাখিল কৰা হয়। সেই আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাছিল।

Apply Now

এই আবেদনৰ শুনানি আৰম্ভ হয় উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠত। ন্যায়াধীশ দুগৰাকীয়ে পৰ্যবেক্ষণ কৰি কয় যে, ” আমি কেন্দ্ৰ আৰু ৰাজ্য দুয়োখনকে সোঁৱৰাই দিব বিচাৰিছো যে, ৰাজহ সংগ্ৰহ সকলো নহয়।প্ৰকৃতি আৰু পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি।যদি সকলো যিদৰে আছে তেনেকৈয়ে চলি থাকে, তেন্তে সেই দিনটো অতি সোনকালে আহি আছে যেতিয়া হিমাচল প্ৰদেশ হয়তো ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ হ’ব। ভগৱানে নকৰক যে এনে এটা দিন দেখা উচিত। হিমাচল প্ৰদেশৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ গৈ আছে। প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হোৱাৰ কাৰণে যোৱা কেইবছৰমানৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে।”

মন কৰিবলগীয়া যে, বিগত কেইবছৰমানৰ পৰা হিমাচলত ভূমিস্খলন, বানপানী, প্ৰচণ্ড বৰষুণৰ দৰে বিভিন্ন দুৰ্যোগ সংঘটিত হৈছে। এমাহ পূৰ্বে তাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানত ১৭০ জন লোকৰ মৃত্যু হৈছিল। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, যোগাযোগ আৰু পৰ্যটনৰ কথা মনত ৰাখি শেহতীয়াকৈ পাহাৰীয়া ৰাজ্যখনত বহু নিৰ্মাণ কাম কৰা হৈছে। সেইবাবেই প্ৰকৃতিয়েও খং উঠিব পাৰে। গতিকে প্ৰাকৃতিক দুৰ্যোগৰ দায়িত্ব মানুহে ল’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd