• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য ’২১: এশ বিধায়ক জিকাবলৈ আজিৰে পৰাই সেনাপতিৰ ৰূপত হিমন্ত বিশ্ব

দলৰ কাৰ্য্যকৰ্তাক পূৰ্বতকৈয়ো অধিক উৎসাহেৰে কাম কৰিবলৈ আহ্বান হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 8, 2019 8:27 pm
Himanta Biswa apires to see hundred lawmakers from BJP in Assam assembly

শনিবাৰে বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠানৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত লোকসভা নিৰ্বাচনত টিকটৰ পৰা শেষ মুহূৰ্তত বঞ্চিত, তাৰ পিছত ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত আৰু শেষত মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰো বাহিৰত ৰৈ যোৱা “অতি সক্ৰিয়” মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে আজিৰ দিনটোৰ পৰাই পুনৰ এবাৰ সেনাপতিৰ ৰূপত অৱতীৰ্ণ হ’ল।

উল্লেখ্য যে, মহানগৰীৰ লখৰাস্থিত সৰুসজাই ষ্টেডিয়ামত বিজেপিৰ ৯গৰাকীকৈ লোকসভালৈ নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ এগৰাকী সাংসদক বিজেপি অসম প্ৰদেশৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত বিজেপিয়ে অকলে ১০০ জন বিধায়ক জয়ী কৰোৱাৰ কথা ঘোষণা কৰে। লগতে দলৰ তৃণমূলৰ কাৰ্য্যকৰ্তাসকলকো আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ মিছন-১০০ত উপনীত কৰাবলৈ পূৰ্বতকৈয়ো অধিক উৎসাহেৰে কাম কৰিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীজনে।

Apply Now

হিমন্তই ভাষণৰ মাজত কয় ‘আশা কৰিম অসমত আন এটি সোণোৱালী দিন আহিব যিদিনাখন হয়তো অসমৰ বিধানসভাত ১০০ জন বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ হ’ব আৰু সংসদত ১০ জনতকৈয়ো অধিক সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ হ’ব।‘

ইয়াৰোপৰি, লোকসভা নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ সাংসদে সহজে জয়লাভ কৰা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘৯ গৰাকীকৈ সাংসদক ৰাতিৰ ভিতৰতে কোনেও নিৰ্মাণ কৰা নাই। ইয়াৰ সৈতে বহু কাৰ্য্যকৰ্তাৰ একান্ত পৰিশ্ৰম আৰু ত্যাগ জৰিত হৈ আছে।‘

ইপিনে, বৰ্তমানো ভাৰতীয় জনতা পাৰ্টিয়ে সফলতাৰ শীৰ্ষ পৰ্য্যায়ত ভৰি থ’ব পৰা নাই বুলি মন্তব্য কৰি হিমন্তই কয় ‘আজি আমি সফলতাৰ এটা পৰ্য্যায়ত উপনীত হৈছো। কিন্তু সফলতাৰ শীৰ্ষ পৰ্য্যায়লৈ এতিয়ালৈকে যোৱা নাই। এদিন সেই এভাৰেষ্টত থিয় হ’ম।‘

‘ৰাইজৰ মৰমে মোক এটা কথা সোঁৱৰাই দিছিল ৰাইজৰ বাবে কৰিবলগীয়া বহুত আছে। অসমৰ সংবাদ মাধ্যমৰ টক শ্ব’ত বহি থকা আৰু অ’পিনিয়ন প’ল দিয়া এজন মানুহেও কল্পনা কৰিব পৰা নাছিল যে বিজেপি ৯খন আসনত জিকিব পাৰিব। তেওঁলোকে ভাবিছিল যে বিজেপিয়ে অসমত ৫ খন আসনহে লাভ কৰিব।‘ হিমন্তই এইদৰে কয়।

ইয়াৰোপৰি, পূৰ্বৰ বিধানসভা নিৰ্বাচনে বিজেপিৰ কাৰ্য্যকৰ্তাসকলৰ দায়িত্ব ৫০ শতাংশ বঢ়াইছিল যদিও যোৱা লোকসভা নিৰ্বাচনে এই দায়িত্ব ১০০শতাংশ বঢ়ালে বুলি তেওঁ মন্তব্য কৰে।

দলৰ কাৰ্য্যকৰ্তালৈ হিমন্তৰ অনুৰোধ ‘ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যকৰ্তালৈ অনুৰোধ তেওঁলোকে দায়িত্বৰ প্ৰতি আগতকৈয়ো সচেষ্ট হ’ব লাগিব। আগতে যদি ৬ ঘন্টা ৰাইজৰ সেৱাত নিজকে ব্যস্ত কৰি ৰাখিছিল এতিয়া ৮ ঘন্টা যাতে ৰাইজৰ সেৱাত নিজকে ব্যস্ত ৰাখিব পাৰে, সেই চিন্তাৰে আগুৱাই যাব লাগিব।‘

হিমন্তই আৰু কয় ‘শিলচৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত এগৰাকী ৮০ বছৰীয়া আইতাই আহি মোক কৈছিল মোৰ আৰু পাঁচবছৰ আয়ুস আছে, গোটেইখিনি আপোনালোকক দি দিলো, আপোনালোকে ৰাইজৰ হৈ কাম কৰক। মানুহে জীৱনৰ বাকী থৰা আয়ুসখিনিও বিজেপিৰ হাতত তুলি দিছে।’

আনহাতে, উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি কয় ‘ক্ষমতা পালে মানুহ দাম্ভিক হয়, সেই দাম্ভিকতা আমাৰ মাজত থাকিব নালাগিব। সেৱা-শ্ৰদ্ধাৰ মাজেৰে আমি আগবাঢ়িব লাগিব। আমি লোভ সামৰিব লাগিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd