• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল ক’ভিড-১৯ত মৃত্যু হোৱা দ্বিতীয় গৰাকী ৰোগী? জনালে মন্ত্ৰী হিমন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2020 7:33 pm
Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ৰাজ্যৰ ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰে কালি মৃত্যুক আঁকোৱালি লোৱা দীপিকা নাথ কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল।

মন্ত্ৰী শৰ্মাই কয় যে, গুৱাহাটীত ধৰা পৰা চাৰিগৰাকী ক’ৰ’না পজিটিভ ৰোগীৰ ভিতৰত তিনিজনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰি। তাৰে ভিতৰত দীপিকা নাথ নামৰ এগৰাকী কিশোৰীৰ ইতিমধ্যে মৃত্যু হৈছে।

Apply Now

তেওঁ লগতে কয়, ‘ইতিমধ্যে ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যক সাৱটি লোৱা দীপিকা নাথ কিছুদিন ধৰি ভৰিৰ বিষ আৰু সামান্য জ্বৰত ভুগি আছিল’।

“দিপীকাৰ আইতাক মালতী বাছফৰ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ ঠিকাভিত্তিক চাফাই কৰ্মী। দিপীকা মাকৰ সৈতে লখৰাত থাকে। ভৰিৰ বিষ আৰু সামান্য জ্বৰত আক্ৰান্ত হোৱাত কেইদিনমান আগতে বেলতলাৰ ESICৰ এজন চিকিৎসকক দেখুৱাইছিল দীপিকাই’, মন্ত্ৰী গৰাকীয়ে কয়।

“তাৰ মাজতে দীপিকা আইতাক মালতী বাছফৰৰ ঘৰলৈ আহে। ৪ মে’ত বমি হোৱাত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত চেলাইন দিয়া হয়’।

কিন্তু বুধবাৰে হঠাৎ তেওঁৰ মৃত্যু হয় বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয়, ‍‘পিছত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কৰ্কট  প্ৰতিষ্ঠানক দীপিকাৰ তেজৰ চেম্পল পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু শুকুৰবাৰে নিশা দীপিকা ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় বুলি প্ৰমাণিত হয়”।

বৰ্তমান দিপীকাৰ সংস্পৰ্শলৈ অহা BBCI ৰ চিকিৎসক, নাৰ্চসকলক স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

কনটেইণ্টমেণ্ট জ’নলৈ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানক ৰূপান্তৰ কৰাৰ লগতে ছিল কৰি দিয়া হৈছে ESCI মেডিকেল।

গুৱাহাটীত ক’ৰ’নাত আক্ৰান্ত হোৱা এগৰাকী মহিলা অনুৰাধা চিনেমা হলৰ কাষৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় “তেওঁ নিজৰ ছোৱালীৰ লগত আছিল। মহিলাগৰাকীৰ নাম বৰদা দাস। দুই এঘৰ লোকৰ সংস্পৰ্শলৈও আহিছিল মহিলাগৰাকী। প্ৰচণ্ড কাঁহত আক্ৰান্ত হোৱাৰ পিছত মহেন্দ্ৰ মোহন চিকিত্‍সালয়লৈ যায় মহিলাগৰাকী। পিছত মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্‍সালয়ৰ পৰা GMCHলৈ পঠিওৱা হয় মহিলাগৰাকীক। আৰু GMCHতে মহিলাগৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে’।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd