• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দী ভাষা বিতর্ক : ‘অসমীয়া জাতিৰ ওপৰত এইটো ১৮ নম্বৰ মোগলৰ আক্ৰমণ’

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
April 9, 2022 9:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী ভাষা বাধ্যতামূলক কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ সমালোচনা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ

চৰকাৰী ভাষা বিষয়ক সংসদীয় সমিতিৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ লগতে উত্তৰপূবৰ আটাইকেইখন ৰাজ্যত দশম শ্ৰেণীলৈকে হিন্দী ভাষা বাধ্যতামূলক কৰা হব বুলি কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

Apply Now

আজি শিৱসাগৰত এক সংবাদমেল যোগে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানস কোঁৱৰে কয়, ‘বিজেপি আৰু আৰ এছ এছে হিন্দী, হিন্দু আৰু হিন্দুত্ববাদৰ নামত অসমীয়াকে ধৰি উত্তৰ পূবৰ জাতি জনগোষ্ঠী তথা জনজাতি সমূহৰ ভাষাক ধ্বংস কৰিব বিচাৰিছে। এক ৰাষ্ট্ৰ, এক ভাষা, এক ধৰ্ম, এক সংস্কৃতিয়েই হৈছে বিজেপি আৰএছএছৰ মূল আদৰ্শ’।

কোঁৱৰে কয়, ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই, ভাৰতবৰ্ষৰ কেৱল চৰকাৰী ভাষা আছে। সেয়া হৈছে হিন্দী আৰু ইংৰাজী। বিজেপি আৰু আৰএছএছে ভুৱা প্ৰচাৰ চলাই আছে যে হিন্দী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা বুলি।

তেওঁ লগতে কয়, ২০১৩ চনত গুজৰাট হাইকৰ্টে এক গোচৰত ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই বুলি ইতিমধ্যে ৰায়দান কৰি থৈছে।

তেওঁ লগতে কয়, ১৯৬৫ চনত হিন্দী ভাষাক চৰকাৰী ভাষা কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছিল। আৰু এই প্ৰতিবাদত নত হৈ সেই সময়ৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰুৱে চৰকাৰী ভাষা আইন ১৯৬৫ চনত সংসদত গৃহীত কৰিবলৈ বাধ্য হৈছিল। য’ত হিন্দী আৰু ইংৰাজী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হয়। ১৯৬৫ চনত চৰকাৰী ভাষা আইন, ১৯৬৭ ৰ সংশোধন ঘটাই হিন্দী ভাষা নোকোৱা ৰাজ্যসমূহৰ সংযোগী ভাষা ইংৰাজী হব বুলি ঘোষণা কৰা হয় বুলি সংবাদ মেলত কয়।

তেওঁ কয়, অমিত শ্বাহে হিন্দী ভাষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা সিদ্ধান্ত দেশৰ সংবিধান আৰু আইন বিৰোধী।এই কাৰ্যক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে। এই সিদ্ধান্ত বাতিল নকৰিলে বিজেপি চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে ছাত্ৰ নেতা মানস কোঁৱৰে।

বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক অসমীয়া জাতিৰ ওপৰত ১৮ নম্বৰ ‘মোগলৰ আক্ৰমণ’ বুলি কয় মানস কোঁৱৰে। হিন্দী ভাষা বাধ্যতামূলক কৰি অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া জাতীয়তাবাদৰ ওপৰত ‘মোগলৰ ১৮ নম্বৰ আক্ৰমণ’ চলাইছে। এই আক্ৰমণ আমি প্ৰতিহত কৰিব নোৱাৰিলে অসমীয়া জাতি আৰু অসমীয়া জাতীয়তাবাদ কোনো পক্ষে ৰক্ষা কৰিব নোৱাৰো বুলি কয় মানস কোঁৱৰে।

সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পৰাশৰ কোঁৱৰ আৰু সাধাৰণ সম্পাদক মানসজ্যোতি আৰন্ধৰাও উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd