DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হিন্দু মৌলবাদ! ‘জয় শ্ৰীৰাম’ বুলি নোকোৱাৰ বাবেই প্ৰহাৰ মুছলমান যুৱকক

আছিম হুছেইন নামৰ এজন যুৱকক চোৰ বুলি ধৰি লৈ জয়শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰে দুৰ্বিত্তৰ এটা দলে। লগতে যুৱকজনৰ পৰা কাঢ়ি লয় ধন।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 15, 2023 6:30 pm
79
VIEWS
Share on FacebookShare on Twitter

আকৌ সাম্প্ৰদায়িক কৰ্ম সংঘটিত কৰিলে হিন্দুত্ববাদি দুৰ্বিত্তই। জয় শ্ৰীৰাম নোকোৱাৰ বাবেই দিলী-প্ৰতাপগড় পদ্মাৱতী এক্সপ্ৰেছত শাৰীৰিকভাবে নিৰ্যাতন কৰা হ’ল মুছলমান যুৱকক। মুৰাদাবাদত চলন্ত ৰেলতেই সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড।

আছিম হুছেইন নামৰ এজন যুৱকক চোৰ বুলি ধৰি লৈ জয়শ্ৰী ৰাম ধ্বনি দিবলৈ বাধ্য কৰে দুৰ্বিত্তৰ এটা দলে। লগতে যুৱকজনৰ পৰা কাঢ়ি লয় ধন। মুছলমান যুৱকজনে জয় শ্ৰীৰাম ধ্বনি নিদিয়াৰ বাবেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্বিত্তৰ দলটোৱে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাৰপিটৰ ঘটনাৰ সমগ্ৰ দৃশ্য।

উল্লেখ্য যে যোৱা বৃ্হস্পতি বাৰে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ভুক্তভোগী আছিম হুছেইনে যোৱা শুকুৰবাৰে ৰে’লৱে আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ।

আছিম হুছেইনৰ এজাহাৰৰ আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাৰে জড়িত দুই যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷

ধৃত যুৱকদ্বয় চতীশ কুমাৰ আৰু সুৰুয বুলি সদৰী কৰিছে ৰে’লৱে আৰক্ষীয়ে ৷

ঘটনাৰে জড়িত আন আনসকলৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

এতিয়া প্ৰশ্ন হয়, কাৰ সাহসত এনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দিবলৈ সক্ষম হৈছে এইসকল উত্তাৱল হিন্দুত্ববাদী? হিন্দুত্ববাদী শাসকৰ ক্ষমতাৰে বলিয়ান হৈ অন্ধ হৈ পৰিছে দেশ একাংশ যুৱক। নে প্ৰতিবাৰে নিৰ্বাচনৰ আগে আগে দেশৰ চুকে কোণে হোৱা সাম্প্ৰদায়িক হিংসাৰ দৰে এই ঘটনাও ২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনী ৰাজনীতিৰ অংগ নেকি ?

 

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd