• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদালতৰ ঐতিহাসিক ৰায় : স্বামীৰ সকলো সম্পত্তিৰে ভাগ পাব হিন্দু বিধৱাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2020 7:18 am
high-court-2-1545807973809-1566489765847
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰ পৰা হিন্দু বিধৱা মহিলাই স্বামীৰ সকলো সম্পত্তিৰ ভাগ লাভ কৰিব বাংলাদেশত। বুধবাৰে এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে বাংলাদেশৰ উচ্চ ন্যায়ালয়ে।

এই ঐতিহাসিক ৰায়ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশখনত ৮৩ বছৰৰ পিছত স্বামীৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিছে হিন্দু পৰিয়ালৰ বিধৱাই।

Apply Now

ৰায়টোৰ অনুসৰি স্বামীৰ অন্যান্য সম্পত্তিৰ অধিকাৰৰ লগতে হিন্দু বিধৱা মহিলাই স্বামীৰ কৃষি ভূমিৰো অংশীদাৰ হোৱাৰ অধিকাৰ লাভ কৰিছে।

উল্লেখ্য যে, বাংলাদেশত হিন্দু উত্তৰাধিকাৰ আইন অনুযায়ী মৃত ব্যক্তিৰ শ্ৰাদ্ধত যিগৰাকী লোকে পিণ্ড দান কৰে একমাত্ৰ তেওঁহে উক্ত মৃত ব্যক্তিজনৰ সম্পত্তিৰ অধিকাৰ লাভ কৰি আহিছে।

আনহাতে হিন্দুসকলৰ কন্যা সন্তানক সম্পত্তি বণ্টন দিয়া বিষয়টো দেশখনৰ হিন্দু আইনৰ আটাইতকৈ কঠোৰ বিষয়ৰূপে বিবেচিত হৈ আহিছে। ১৯৩৭ চনত প্ৰস্তুত কৰা হিন্দু আইন অনুসৰি কন্যা সন্তানক পিতৃৰ সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল।

মৃত ব্যক্তিৰ সন্তান থাকিলে সেই সম্পত্তিৰ স্বত্ব লাভ কৰিছিল মৃত ব্যক্তিজনৰ পুত্ৰ সন্তানে। মৃত ব্যক্তিজনৰ পুত্ৰ সন্তান নাথাকিলে তেওঁৰ সম্পত্তি অবিবাহিত ব্যক্তি অথবা পৰিয়ালৰ পুত্ৰ সন্তান জন্ম দিয়া নাৰীক সম্পত্তিৰ অধিকাৰ দিয়া হৈছিল।

ইয়াৰ ফলত মৃত ব্যক্তিজনৰ বিধৱা নাৰী বা বন্ধ্যা নাৰী অথবা কন্যা সন্তান জন্ম দিয়া নাৰী গৰাকীয়ে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিল। অৰ্থাৎ পুত্ৰ সন্তানৰ মাতৃ হ’লেহে এগৰাকী নাৰী অথবা মাতৃয়ে সম্পত্তি অধিকাৰ লাভ কৰিছিল দেশখনৰ হিন্দু আইন অনুসৰি।

ইয়াৰ পিছতে ২০১২ চনৰ আগষ্ট মাহত বাংলাদেশৰ আইন আয়োগে হিন্দু নাৰীক সম্পত্তিৰ সমান ভাগ দিয়াৰ বাবে এখন নতুন আইন প্ৰণয়নত অনুমোদন দিয়ে।

আৰু ইয়াৰ ভিত্তিতে কালি বাংলাদেশ উচ্চ ন্যায়ালয়ে ৮ বছৰৰ পিছত এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd