• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক শ্বেৰমান আলী ইছলামিক জেহাদীৰ অন্যতম সমৰ্থকঃ হিন্দু যুৱ-ছাত্র

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
August 4, 2022 6:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেৰমান আলী হৈছে অসমৰ ইছলামিক সাম্ৰাজ্যবাদী আৰু জেহাদীৰ অন্যতম সমৰ্থক। এই দাবী হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ। বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই মন্তব্য কৰে পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যই। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে শেহতীয়াভাৱে সংবাদ মাধ্যমৰ আগত জেহাদীৰ সমৰ্থনত দিয়া মন্তব্যৰ তীব্ৰ প্রতিক্রিয়া প্ৰকাশ কৰি সভাপতি বৈশ্যই সাংবাদ মেলত কয় যে শ্বেৰমান আলী, আমিনুল ইছলামহঁতৰ দৰে এচাম ধুৰন্ধৰে জেহাদীক সুৰক্ষা দিয়াৰ বাবে উঠি পৰি লাগিছে। জেহাদীক অসমত মজবুত কৰি তোলা আৰু আৰক্ষীয়ে ধৃত জেহাদীক নিৰপৰাধী, নিৰীহ আদি শব্দ প্রয়োগেৰে জেহাদীৰ পক্ষত থিয় হৈ জেহাদীৰ একোজন অভাৰ গ্ৰাউণ্ড কার্যকৰ্তা হিচাপে ধৰা দিছে।

এজন ব্যক্তিক কৰায়ত্ত কৰাৰ লগে লগে তেওঁ দোষী নে নিৰ্দোষী সেয়া আদালতে প্ৰমাণ কৰিব ৷ শ্বেৰমান আলী, আমিনুল ইছলামৰ এই ধৃষ্টতা কিয় হ’ল যে আদালতৰ দায়িত্ব তেওঁলোকে কিয় ললে ? তেওঁলোকে এই কাৰণে লৈছে যে তেওঁলোকে জেহাদীৰ হৈ অভাৰগ্ৰাউণ্ডৰ কাম কৰি আছে ৷ অসমক স্বাধীন ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়িবৰ বাবে অসমত জেহাদীয়ে যি ভয়ানক ভাবে সংগঠন কৰিছে তাক চৰকাৰে বাধা দিবলৈ চেষ্টা কৰাৰ লগে লগে শ্বেৰমান আলী, আমিনুল ইছলামহঁতৰ দৰে মুখা পিন্ধা জেহাদীয়ে আস্ফালন আৰম্ভ কৰে বুলিও বৈশ্যই সংবাদ মেলত সদৰি কৰে। বৈদ্যুতিন মাধ্যমত জেহাদী পক্ষত মত পোষণ কৰি বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বহুতো আপত্তিজনক মন্তব্য কৰাৰ কথা উল্লেখ কৰি সভাপতি বৈশ্যই কয় শ্বেৰমান আলীয়ে বৈদ্যুতিন মাধ্যমত জেহাদীক এক প্রকাৰ পৱিত্ৰ বুলিয়ে উল্লেখ কৰে আৰু অন্যলোকে জেহাদীক বেয়া মানুহ বুলি কোৱাতো যেন ভুলহে হৈছিল তেনেকুৱা ভাৱ প্ৰকাশ কৰে ৷

Apply Now

ইয়াৰ জৰিয়তে শ্বেৰমান আলী যে প্ৰকৃততে জেহাদীৰ অভাৰ গ্রাউণ্ডৰ সংগঠক এইটোকে প্রমাণিত কৰে বুলি আন এক গুৰুত্বপূর্ণ মন্তব্য কৰে সভাপতিগৰাকীয়ে। সংবাদ মেলত বৈশ্যই কয় যে শ্বেৰমান আলীয়ে নিজৰ মন্তব্যত এজন সন্মানীয় সত্ৰাধিকাৰক শংকৰ গুৰুজনাৰ বিষয়ে অধ্যয়ন কৰিবলৈ কৈ চূড়ান্ত ধৃষ্টতা কৰিছে। এই অক্ষমনীয় অপৰাধ কৰাৰ বাবে শ্বেৰমান আলীৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক আহবান জনায় সংগঠনটোৱে। একেখন সংবাদ মেলত বৈশাই লগতে কয় যে শ্বেৰমান আলীয়ে সদ্য ধৃত জেহাদী কেইজনক জেহাদী নহয় সাধাৰণ চোৰ আৰু গৰু চোৰ বুলি মন্তব্য কৰা কথাটোৱে এইটোও প্রমাণ কৰে যে অসমৰ মুছলমান সমাজৰ সাধাৰণ চোৰ আৰু গৰু চোৰসকলৰ লগত শ্বেৰমান আলীৰ মিতিৰালি আছে। গতিকে তেনেকুৱা গৰু চোৰৰ মিতিৰৰ মুখত ৰাম নাম ৰূপী বৰ বৰ কথা আশোভনীয় বুলিও বৈশ্যই সংবাদ মেলখনত কটাক্ষ কৰে।

লগতে গৰু চোৰ আৰু সাধাৰণ চোৰৰ লগত মিতিৰ এজন জনপ্ৰতিনিধি হৈ অসমৰ সন্মানীয় বিধান সভাৰ মজিয়াত থকাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বুলি কৈ আমি অসম চৰকাৰক দাবী জনাইছো এই গৰু চোৰৰ মিতিৰজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তদন্ত কৰিব লাগে তেওঁ জেহাদীৰ হৈ কিমান অভাৰগ্ৰাউণ্ডৰ কাম কৰি আছে ৷ ইপিনে বিধায়ক অখিল গগৈয়ে সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীক মানসিকভাৱে বিকৃতি ঘটা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি বলেন বৈশ্যই কয় যে অখিল গগৈৰ মন্তব্যৰ আমি কোনো প্ৰতিক্ৰিয়া নিদিও ৷

কাৰণ তেওঁ নিজে এজন মানসিক ৰোগী ৷ তেওঁ মানসিক ৰোগৰ চিকিৎসা কৰি ভঙাগড়স্থিত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কেবিনত আছিল ৷সংবাদ মেলত কেন্দ্রীয় সাধাৰণ সম্পাদক মাধব দাস, মুখ্য সাংগঠনিক সম্পাদক বিটুমনি গগৈ, সাংগঠনিক সম্পাদক হেমন্ত বৰুৱা, বিপিন দৈমাৰীসহ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd