• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 6:24 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ অন্ত পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। এই পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে। তেওঁ জনাইছে যে ইৰাণে কেতিয়াও পৰমাণু অস্ত্ৰ তৈয়াৰ নকৰাৰ প্ৰতিশ্ৰুতি দিছে। দুয়োখন দেশৰ মাজত এক প্ৰাথমিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, যাক দীৰ্ঘদিনীয়া শান্তিৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি গণ্য কৰা হৈছে।

ফ্ৰান্সত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰৰহণ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণে আৰু কেতিয়াও পৰমাণু অস্ত্ৰ নাৰাখিবলৈ সন্মত হৈছে। ট্ৰাম্পৰ এই দাবীক সমৰ্থন জনাই উপ-ৰাষ্ট্ৰপতি জেডি ভান্সেও কয় যে সংঘাতৰ সময়ত ইৰাণক পৰমাণু অস্ত্ৰ লাভ কৰাৰ পৰা বিৰত ৰখাটোৱেই আছিল তেওঁলোকৰ প্ৰশাসনৰ অন্যতম প্ৰধান লক্ষ্য। ভান্সে ছচিয়েল মিডিয়া এক্সযোগে জনাইছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে আৰম্ভণিৰে পৰাই স্পষ্ট স্থিতি গ্ৰহণ কৰিছিল যে ইৰাণৰ হাতত কেতিয়াও কোনো পৰমাণু অস্ত্ৰ থাকিব নোৱাৰিব। ইয়াৰ উপৰি এই চুক্তিক আমেৰিকা প্ৰশাসনৰ এক ডাঙৰ কূটনৈতিক সফলতা বুলি অভিহিত কৰি তেওঁ কয় যে আন্তৰ্জাতিক পৰমাণু শক্তি সংস্থা চমুকৈ আইএইএ-ৰ পৰিদৰ্শকসকল শীঘ্ৰেই ইৰাণলৈ ঘূৰি আহিব আৰু ইৰাণৰ ইউৰেনিয়ামৰ মজুত ধ্বংস কৰাৰ বিষয়টোও এই চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

অৱশ্যে এই শান্তি প্ৰক্ৰিয়াৰ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে ৩০০ বিলিয়ন ডলাৰৰ অৰ্থনৈতিক পেকেজ। ট্ৰাম্প প্ৰশাসনে পোনপটীয়াকৈ কোনো ধন দিয়াৰ কথা অস্বীকাৰ কৰিছে যদিও ইৰাণৰ এক সংবাদ প্ৰতিষ্ঠানে দাবী কৰিছে যে যুদ্ধৰ বাবে হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ হিচাপে ইৰাণে ৩০০ বিলিয়ন ডলাৰৰ সাহায্য বিচাৰিছে। তেহৰাণৰ মতে ইয়াৰ ভিতৰত ইৰাণৰ জব্দ কৰি থোৱা ২৪ বিলিয়ন ডলাৰৰ সম্পত্তি মুক্ত কৰাৰ বিষয়টোও সোমাই আছে। আনহাতে পশ্চিমীয়া সংবাদ মাধ্যমে এই ধনক পোনপটীয়া ক্ষতিপূৰণ নহয়, বৰঞ্চ আন্তৰ্জাতিক বিনিয়োগ আৰু পুনৰ্নিৰ্মাণ কাৰ্যসূচী হিচাপেহে ব্যাখ্যা কৰিছে।

ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি মাছূদ পেজেশকিয়ানে এই বুজাবুজিক শান্তিৰ পথত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিছে যে চূড়ান্ত শান্তি চুক্তিৰ সবিশেষ এতিয়াও আলোচনাৰ পৰ্যায়তে আছে। অহা সপ্তাহত জেনেভাত এই চুক্তিৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ কথা আছে। ইৰাণৰ সমৰ্থন পুষ্ট আঞ্চলিক সশস্ত্ৰ গোটসমূহৰ ভৱিষ্যত আৰু ইৰাণৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ চৰ্তসমূহেই এতিয়া আলোচনাৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। এই সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিতৰ্ক চলি থাকিলেও, দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাই দুয়োখন দেশে গ্ৰহণ কৰা এই প্ৰাথমিক ঐকমত্যই বিশ্ব ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd