• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

চানু গগৈ by চানু গগৈ
January 21, 2021 11:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক বৰ্ণিল ইতিহাস সুঁৱৰি মধ্য অসমৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ সম্প্ৰীতিৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক জোনবিল মেলাখন আজিৰ পৰা তিনিদিনীয়াকৈ জাগীৰোড-মৰিগাঁও সংযোগী পথৰ দাঁতিত জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে,আধুনিক সমাজ ব্যৱস্থাৰ ধামখুমীয়াত সমাজখনৰ বহুতো আমূল পৰিবৰ্তন হৈছে যদিও তাৰ মাজতে গোভা ৰজাই নিৰ্ধাৰণ কৰি দিয়া সময় তথা দিনটোতেই এতিয়াও অনুষ্ঠিত হৈ আহিছে জোনবিল মেলা।

Apply Now

আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো এদিনৰ বাবে স্তব্ধ হৈ পৰিব মুদ্ৰাৰ প্ৰচলন।

বিশ্বৰ কনিষ্ঠতম গোভা ৰজা দীপসিং দেওৰজাই পাৰিষদবৰ্গৰ সৈতে সমূহীয়াকৈ আজি ভোজভাত খাব।

পাহাৰ-ভৈয়ামৰ মামা-মামীসকলৰ উৎপাদিত সামগ্ৰীৰ সম্ভাৰেৰে কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিত আৰম্ভ হ’ব বিনিময় প্ৰথা, সমূহীয়া মৎস্য চিকাৰ।

এই বিনিময় প্ৰথাক সজীৱ কৰি তুলিবলৈ ২১ জানুৱাৰিত ভৈয়াম পাবহি কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰীয়া জনগোষ্ঠীয় লোকসকল।’

ল’ৰ আৰু দলৈৰ নেতৃত্বত ভৈয়ামলৈ অহা লোকসকলে লগত লৈ আহিব বিভিন্ন উৎপাদিত দ্ৰব্য আৰু খাদ্য সম্ভাৰ। একবিংশ শতিকাতো ধনৰ মোহ এৰি মামা-মামী সম্বোধনেৰে ভাৱ বিনিময়ৰ লগতে বিনিময় কৰিব খাদ্য সামগ্ৰী।

স্মতৰ্ব্য যে সম্প্ৰতি বিশ্বায়নৰ যুগত আচৰিত যেন লগা বিনিময় প্ৰথাক প্ৰত্যক্ষ কৰিবলৈ জোনবিল মেলালৈ আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহশ্ৰাধিক লোকৰ।

আনহাতে ২৩ জানুৱাৰিত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ব ৰাজদৰবাৰ।

মনকৰিবলগীয়া যে অতীতৰ সাতোৰজা,পাচোঁৰজাসকলৰ প্ৰতীকী অৰ্থত থকা বৰ্তমানৰ ৰজাসকলৰ নাই সুকীয়া ৰাজ্য, নাই সুকীয়া প্ৰশাসনিক ক্ষমতা।

এই প্ৰতীকী ৰজাসকলৰ বৰ্তমান অৱস্থা পুতৌজনক। অতীতৰ আহোম আৰু ব্ৰিটিছৰ শাসন কালৰে পৰা শোষিত হৈ অহা এই ৰজাসকলক বৰ্তমান চৰকাৰখনে সাহায্য প্ৰদান কৰি আহিছে।

সেই অনুসৰি ২৩ জানুৱাৰিত অনুষ্ঠিত হ’বলগা ৰাজদৰবাৰতে অসম চৰকাৰৰ তৰফৰ পৰা ৰাজভাট্টা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

ইফালে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে এইবাৰ জোনবিল মেলাত কোনোধৰণৰ বাণিজ্যিক ব্যৱস্থা নাথাকিব বুলিও মেলা উদযাপন সমিতিৰ সম্পাদক জুৰসিং বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd