DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিপিৱদ্ধ হ’ব জনতা কাৰ্ফিউ’ : গৃহ মন্ত্রী অমিত শ্বাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2020 2:10 am
AmitShahRally-1
786
VIEWS
Share on FacebookShare on Twitter

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ক’ৰ’না বিৰোধী যুঁজৰ নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে।

দেশত ক’ৰ’নাতংক অব্যাহত থকাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে ক্ৰমাগতভাৱে দ্বিতীয়খন দলীয় ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰিছে।

যোৱা দেওবাৰে অমিত শ্বাহে বিহাৰত দলীয় ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰাৰ পিছত আজি ওড়িশাত অন্য এক ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীক এইদৰে অভিনন্দন জনাইছে।

‘কোভিড১৯ আতংকৰ সময়ত চৰকাৰে ১৩০ কোটি ভাৰতীয়ক লগত লৈ যুঁজিছে। আৰু সেই কাৰণেই ক’ৰ’না বিৰোধী যুঁজত ভাৰতে বিশ্বৰ ভিতৰতে সফল দেশসমূহৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ১৩০ কোটি মানুহে নিজৰ গৃহত আৱদ্ধ আছিল আৰু মহামাৰীৰে মোকাবিলা কৰিবলৈ চৰকাৰক সহযোগিতা কৰিছিল।’ ওড়িশাত জন সদ্ভাৱনা ভাৰ্চুৱেল ৰেলীত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়।

‘যেতিয়া এই মহামাৰীৰ ইতিহাস লিখা হ’ব, জনতা কাৰ্ফিউক ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিৱদ্ধ কৰা হ’ব। কোনো ৰাজহুৱা কাৰ্ফিউতে জনতাৰ এনে সহযোগিতা মই দেখা নাই।’ গৃহমন্ত্ৰী গৰাকীয়ে জনতা কাৰ্ফিউ সম্পৰ্কে এইদৰে কয়।

তেওঁ স্বীকাৰ কৰে যে ওড়িশাৰ প্ৰৱাসী শ্ৰমিকসকলে উভতি আহোতে বহু কষ্ট ভুগিবলীয়ৈ হৈছিল আৰু চৰকাৰে অৱশেষত তেওঁলোকক ঘৰত উপস্থিত হোৱাত সহায় কৰিছে।

কেন্দ্ৰই চাৰি ঘণ্টাৰ ভিতৰতে ল’কডাউন ঘোষণা কৰিবলগীয়া হোৱাৰ বাবে প্ৰৱাসী শ্ৰমিকৰ বাবে ব্যৱস্থা কৰাত চৰকাৰৰ বিলম্ব হ’ল বুলিও কৌশলী মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

শ্বাহে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে নিয়মিতভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈ কোভিড১৯ক প্ৰতিৰোধ কৰিবলৈ নীতি নিৰ্ধাৰণ কৰি আহিছে।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd