• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইচআইভি আক্ৰান্ত কিশোৰীক বাৰম্বাৰ যৌন নিৰ্যাতন! গৰ্ভপাত কৰিবলৈ কৰোৱা হৈছিল বাধ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2025 5:29 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য’ত জীৱন সুৰক্ষিত হ’ব লাগিছিল, তাত বহুদিন ধৰি চলি আহিছিল চৰম অমানৱীয় নিৰ্যাতন। মহাৰাষ্ট্ৰৰ লাটুৰ জিলাত সংঘটিত হৈছিল এই ঘটনা। এইচআইভি সংক্ৰমিত কিশোৰৰ বিৰুদ্ধে দুবছৰ ধৰি ‘সেৱালয়া’ নামৰ আশ্ৰয় গৃহত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। গৰ্ভৱতী হোৱাৰ পাছতো কিশোৰীৰ সন্মতি অবিহনে গৰ্ভপাত কৰিছিল। এই ঘটনাক লৈ অস্থিৰ হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি।

১৬ বছৰীয়া কিশোৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২০২৩ চনৰ ১৩ জুলাইৰ পৰা ২০২৪ চনৰ ২৩ জুলাইৰ ভিতৰত এজন শ্ৰমিকে কমেও চাৰিবাৰকৈ নিৰ্যাতন চলাইছিল।

Apply Now

অভিযোগ অনুসৰি ইয়াৰ পাছতে আশ্ৰয় গৃহ কৰ্তৃপক্ষই চিকিৎসকক ফোন কৰি কিশোৰীগৰাকীৰ সন্মতি অবিহনে গৰ্ভপাত কৰে। একে সময়তে তেওঁক ভাবুকি দিয়া হৈছিল যাতে তেওঁ কাকো ঘটনাৰ বিষয়ে কথা নকয়।

অৱশ্যে ছোৱালীজনীয়ে সাহস হেৰুৱাব পৰা নাছিল। এটা সময়ত তেওঁ অভিযোগ লিখি আশ্ৰয় শিবিৰৰ অভিযোগ বাকচত জমা দিলে। কিন্তু চিঠিখন পঢ়ি কৰ্তৃপক্ষই সহায় নকৰিলে, তাৰ পৰিৱৰ্তে কাগজখন ফালি পেলাই দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ‘সেৱালয়া’ৰ প্ৰতিষ্ঠাপক ৰবি বাপাটলে, অধীক্ষক ৰচনা বাপাটলে, আৰু দুজন শ্ৰমিক অমিত মহামুনি আৰু পূজা ৱাঘমাৰেক গ্ৰেপ্তাৰ কৰে।

‘সেৱালায়া’ৰ অফিচিয়েল ৱেবছাইট অনুসৰি এইচআইভি সংক্ৰমিত ২৩ জন ল’ৰা আৰু ৭ গৰাকী ছোৱালীক ৰখাৰ স্বেচ্ছাসেৱী সংস্থা। ৱেবছাইটটোৰ মতে, এই আশ্ৰয় শিবিৰৰ সকলো কৰ্মচাৰীয়ে স্বেচ্ছাই আৰু বিনা বেতনে কাম কৰে। সংগঠনটোৰ টেগলাইন হৈছে ‘শিশুৰ সুখী ঘৰ’।

স্থানীয় লোকৰ মতে এই ঘটনাই কেৱল ছোৱালীজনীৰ আত্মবিশ্বাসেই নহয়, সমাজৰ আস্থাও ক্ষতিগ্ৰস্ত কৰিছে। প্ৰশ্ন উত্থাপন হয়, এনে এটা সংগঠনৰ তত্বাৱধানত ইমান ডাঙৰ অন্যায় কেনেকৈ সংঘটিত হ’ল? ইমান দিনে আশ্ৰয় শিবিৰত থকা বাকীসকলে কিয় নিমাত হৈ আছে?

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীৰ চিকিৎসা প্ৰতিবেদন আৰু বক্তব্যৰ ভিত্তিত একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তদন্ত চলি আছে। সকলো দিশ পৰীক্ষা কৰি চূড়ান্ত পদক্ষেপ লোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd