• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১.৭ লাখ সেনা জোৱানৰ চুটী বৃদ্ধি, চৰকাৰে ক’লে- তেওঁলোকক সংকটত পেলাব নোৱাৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 16, 2020 12:29 pm

1 min read

d5ce275060e466c7753327feae702982

প্ৰতিনিধিত্বমূলক চিত্ৰ

53k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী মোদীয়ে ৩ মে’লৈকে পুনৰ বৃদ্ধি কৰিছে লকডাউন। এই সংকটৰ সময়চোৱাত চৰকাৰে সাধাৰণ জনতাৰ লগতে সেনা জোৱানসকলৰো যতন লোৱা পৰিলক্ষিত হৈছে।

লকডাউনৰ সময়ত দেশৰ সবাটোকৈ বৃহৎ কেন্দ্ৰীয় সৈনিক বল চি আৰ পি এফৰ ডিজি ড০ এ পি মহেশ্বৰীয়ে নিজৰ জোৱানসকলক সংকটত পেলাব বিচৰা নাই বুলি মন্তব্য কৰিছে।

তেওঁ কয় যে এই সময়ত জোৱানসকল য’ত আছে, আগন্তুক নিৰ্দেশ নোপোৱালৈকে তাতেই থাকক। অৰ্থাৎ কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ যিসকল বিষয়া আৰু জোৱানে প্ৰথম পৰ্যায়ৰ লকডাউনৰ পূৰ্বে চুটীত গৈছিল সেইসকলক দ্বিতীয় পৰ্যায়ৰ লকডাউনতো ঘৰতে থাকিবলৈ কোৱা হৈছে।

চি আৰ পি এফৰ লগতে অন্য অৰ্ধসামৰিক বাহিনীয়েও এই নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে. লকডাউনৰ পূৰ্বে চি আৰ পি এফৰ ১.৭ লাখ জোৱান ২১ দিনীয়া চুটীত গৈছিল। এই জোৱানসকলে কৰ্মত পুনৰ যোগ দিয়াৰ যোজা চলাই থকাৰ সময়তে লকডাউন জাৰি কৰা হ’ল। সেয়ে তেওঁলোকৰ চুটী ১৫ এপ্ৰিললৈকে বৃদ্ধি কৰা হ’ল।

চি আৰ পি এফৰ ডিজি মহেশ্বৰীয়ে কয় যে সকলো নহ’লেও কিছু জোৱানক ডিউটিলৈ মতাৰ কথা আছিল, ইয়াৰ বাবে ৰেইল মন্ত্ৰ্যালয়ৰ লগত কথা বতৰাও চলিছিল। কিন্তু ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি সেই সিদ্ধান্ত বাতিল কৰি জোৱানসকলক ঘৰতে থাকিবলৈ কোৱা হয়।

তেওঁ লগতে কয় যে চুটীত থকা জোৱানসকলক ডিউটিত মাতি অনা মানে বাকী জোৱানসকলক সংকটত পেলোৱা হ’ব।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd