অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ
বিজেপি দলৰ চৰকাৰে অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ (Immigration and Foreigners (Exemption) Order) যোগেদি বিভিন্ন দেশৰ পৰা অহা বিদেশীক ভাৰতত যিদৰে...
Read moreDetails











