অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!
বলীউড অভিনেত্ৰী আলিয়া ভাটৰ প্ৰাক্তন সহায়িকা বেদিকা প্ৰকাশ শ্বেট্টীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আলিয়াৰ ব্যক্তিগত একাউণ্ট আৰু তেওঁৰ প্ৰডাকচন সংস্থা...
Read moreDetails











