যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ
ইৰাণৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ নামি আহিছে। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে ২৩ বছৰীয়া যুৱ কবি পাৰ্নিয়া আব্বাছি। এই...
Read moreDetailsইৰাণৰ সাহিত্য জগতত গভীৰ শোকৰ ছাঁ নামি আহিছে। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে ২৩ বছৰীয়া যুৱ কবি পাৰ্নিয়া আব্বাছি। এই...
Read moreDetailsকম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুন চেন আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পায়েটংটাৰ্ন শ্বিনাৱাট্ৰাৰ মাজত হোৱা বাৰ্তালাপৰ অডিঅ’ ফাদিল হোৱাৰ পিছতে থাইলেণ্ডৰ মিত্ৰজোঁটৰ চৰকাৰখন...
Read moreDetailsছ’চিয়েল মিডিয়াত বৰ্তমান তোলপাৰ লাগিছে। ২০২৫ চনত এনে কিবা এটা আছে যিয়ে সকলোৰে মনত ভয়ৰ সৃষ্টি কৰিছে। কিন্তু সেই ভয়টো...
Read moreDetailsবৃহস্পতিবাৰে অসম প্ৰদেশ বিজেপিৰ নতুন ৰাজ্যিক বিষববীয়াৰ নাম ঘোষণা কৰা হৈছে। উপ-সভাপতি পদত ১০জন আৰুসম্পাদক পদৰ বাবে ১০ জনৰ নাম...
Read moreDetailsবৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ চুপাৰ মাৰ্কেট অঞ্চলৰ এটা লজৰ সমীপত ৰহস্যজনক পৰিস্থিতিত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd