কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?
প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন। ইতিমধ্যে সেয়া তেওঁৰ হাড়লৈ বিয়পি পৰিছে। দেওবাৰে তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত...
Read moreDetails











