ৰাজ্যত প্ৰশ্নকাকত ফাদিলৰ অভিযোগত নিলম্বিত ৯ গৰাকী অধ্যক্ষসহ এগৰাকী শিক্ষয়িত্ৰী
পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুতৰ অভিযোগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ নিৰ্দেশত একেলগে...
Read moreDetailsপৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুতৰ অভিযোগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ নিৰ্দেশত একেলগে...
Read moreDetailsযোৱা বছৰ আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ অভিযোগত আমেৰিকাৰ আদালতত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ পৰা সকাহ পাবলৈ আদানী গ্ৰুপে ট্ৰাম্প...
Read moreDetails৫ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে চুলতানা বেগম নামৰ এগৰাকী মহিলাই দিল্লীৰ আইকনিক লালকিল্লাৰ মালিক বুলি দাবী কৰা আবেদন খাৰিজ কৰে।...
Read moreDetailsপথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ইণ্ডিয়ান আইডলৰ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন। বাতৰি অনুসৰি, সোমবাৰে পুৱাৰ ভাগত আহমেদাবাদৰ সমীপত সংঘটিত...
Read moreDetailsৰে’ল যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেই তিনিযোৰ বিশেষ ৰে’ল সেৱাৰ চলাচলৰ সময়সূচী সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd