ভিছা জালিয়াতিৰ বিৰুদ্ধে আমেৰিকান দূতাবাসৰ কঠোৰ পদক্ষেপ! ২০০০ ভাৰতীয়ৰ আবেদন নাকচ
মানুহৰ সলনি ভিছাৰ বাবে আবেদন কৰিছিল স্বয়ংক্ৰিয় ৰবট বা চমুকৈ বট-য়ে! এনে অদ্ভুত অভিযোগত ভাৰতত থকা আমেৰিকান দূতাবাসে প্ৰায় দুহেজাৰ...
Read moreDetailsমানুহৰ সলনি ভিছাৰ বাবে আবেদন কৰিছিল স্বয়ংক্ৰিয় ৰবট বা চমুকৈ বট-য়ে! এনে অদ্ভুত অভিযোগত ভাৰতত থকা আমেৰিকান দূতাবাসে প্ৰায় দুহেজাৰ...
Read moreDetailsআলফা(স্বা)-এ মুকলি কৰি দিলে ব্যৱসায়ী বাহাদুৰ চেত্ৰীক। প্ৰায় তিনিমাহৰ পিছত নিষিদ্ধঘোষিত সংগঠনটোৱে বৃহস্পতিবাৰে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিয়ে। জানিব পৰা মতে,...
Read moreDetailsশাসনলৈ আহিয়েই ইটোৰ পিছত সিদ্ধান্ত ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ ট্ৰাম্পৰ আৰু এক ঘোষণাই টোপনি হৰিছে বিশ্ববাসীৰ। বিশ্বৰ...
Read moreDetailsপুনৰ কাৰাগাৰৰ পৰাই সাংবাদিক দিলোৱাৰ হুছেইনক জিম্মাত ল’লে পাণবজাৰ আৰক্ষীয়ে। সূত্ৰই জনোৱা মতে, পাণবজাৰ থানাত ৰুজু হোৱা দ্বিতীয়টো গোচৰ সংক্ৰান্তত...
Read moreDetailsThe Hurun Global Rich List 2025 মুক্তি পালে আৰু ইয়াত ডাঙৰ চমক দেখা গৈছে। ভাৰতৰ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd