পাকিস্তানত ভয়ংকৰ ট্ৰেইন হাইজেকৰ ঘটনা! ২০ জন জোৱানক হত্যা, ১৮২ জনক পণবন্দী কৰাৰ দাবী বিএলই-ৰ
মঙলবাৰে পাকিস্তানৰ অশান্ত পাহাৰীয়া অঞ্চলত বেলুচ লিবাৰেশ্যন আৰ্মীৰ সশস্ত্ৰ উগ্ৰপন্থীয়ে এখন ৰে’লত আক্ৰমণ চলাই বহু যাত্ৰীক পণবন্দী কৰি লৈ যায়।...
Read moreDetails











