• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডকমকাৰ পৰা অপহৃত ব্যৱসায়ীক হাওৰাঘাটৰ পৰা উদ্ধাৰ

নংগী তেৰাং by নংগী তেৰাং
September 27, 2019 9:38 am
Sitting-in-the-middle-prime-accused-Tapan-Teron-2-1024x512

অপহৰণকাৰী তিনিজন। মাজত বহি থকাজন মূল অভিযুক্ত তপন টেৰণ। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাৰ পৰা অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়।

হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত হাওৰাঘাটৰ অন্যতম অভিযুক্ত তপন টেৰণৰ ঘৰৰ পৰা তেওঁক উদ্ধাৰ কৰা হয়।

Apply Now

এই সন্দৰ্ভত আৰক্ষীয়ে তপন টেৰণ (৪৭) আৰু তেওঁৰ সহযোগী সঞ্জয় গোৱালাক (৩০)তপন টেৰণৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে জনক বসুমতাৰী (৪০) নমাৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল।

বসুমতাৰীক জেৰা চলোৱাৰ পাছতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ অপহৰণৰ বি,য়ে তথ্য লাভ কৰে।

গ্ৰেপ্তাৰ কৰা তিনিওজনকে অধিক জেৰাৰ বাবে ডিফুলৈ অনা হৈছে।

Victim-Bijoy-Agarwal-2
উদ্ধাৰ কৰা অপহৃত ব্যৱসায়ী বিজয় আগৰৱালা। ফটো: নৰ্থইষ্ট নাও

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ইন্দ্ৰনীল বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে,’’১৩ ছেপ্টেম্বৰৰ নিশা মটৰ চাইকেলেৰে অহা তিনিজন লোকে বিজয় আগৰৱালাক অপহৰণ কৰিছিল।‘’

‘’অপহৃতৰ পৰিয়ালৰ পৰা এক কোটি টকাৰ মুক্তিপন দাবী কৰা হৈছিল,’’-তেওঁ লগতে কয়।

অভিযুক্ত তিনিজনৰ বিৰুদ্ধে ডকমকা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫/৩২৩/৩৪ ধাৰাৰ অধীনত ৬২/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হয়।

ঘটনাৰ বলি বিজয় আগৰৱালাই কয় যে তেওঁক চকুত কাপোৰ বান্ধি লৈ যোৱা হৈছিল।

তেওঁক খাবলৈ দিয়া হৈছিল যদিও পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰাৰ অনুমতি দিয়া হোৱা নাছিল।

নংগী তেৰাং

নংগী তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd