কামাখ্যা মন্দিৰৰ ক্ষতি হ’ব পৰা যিকোনো নিৰ্মাণত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়াল্যয়ৰ
পুনৰ ৰাজ্য চৰকাৰ অবিবেচক কাৰ্যত বাধা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে। কামাখ্যা মন্দিৰৰ ক্ষতি কৰি চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা প্ৰকল্পত স্থগিতাদেশ...
Read moreDetailsপুনৰ ৰাজ্য চৰকাৰ অবিবেচক কাৰ্যত বাধা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে। কামাখ্যা মন্দিৰৰ ক্ষতি কৰি চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা প্ৰকল্পত স্থগিতাদেশ...
Read moreDetailsমহানগৰীৰ নুনমাটিৰ পৰা বিকাশ ৰাজবংশী আৰু আলী হুছেইন নামৰ দুগৰাকী ছাত্ৰ শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন হোৱা বুলি জানিব পৰা...
Read moreDetailsকৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই বৃহস্পতিবাৰে ৰাজ্যিক বিধানসভাত দিয়া বাজেট ভাষণত বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ নাম সলনি কৰা হ’ব বুলি ঘোষণা কৰে। ২০২৪...
Read moreDetailsসুৰাপায়ীসকলৰ বাবে বেয়া খবৰ। হঠাৎ বৃদ্ধি পাব সুৰাৰ দাম। কৰ্ণাটকৰ চৰকাৰে শেহতীয়াকৈ সুৰাৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ...
Read moreDetailsকৰ্ণাটকত এগৰাকী ইজৰাইলী মহিলা পৰ্যটক দলবদ্ধ ধৰ্ষণৰ বলি হৈছে। একে সময়তে ইজৰাইলী মহিলাগৰাকীক আশ্ৰয় দিয়া ঘৰটোৰ মালিক মহিলাগৰাকীকো ধৰ্ষণ কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd