Latest Post

মোদী হ্যায় তো মুমকিন হ্যায়! আমেৰিকাৰ পৰা ঘূৰাই অনা হ’ব চুৰি হোৱা ৩০০ টা প্ৰত্নতাত্ত্বিক সামগ্ৰী

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰায় ৩০০ টা প্ৰাচীন ভাৰতীয় সামগ্ৰী ঘূৰাই...

Read moreDetails

ঘামত তিতি থকা শৰীৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে লাভ কৰিব চৰম সুখ; বিশেষজ্ঞৰ দাবী

বৰ্তমান অতিশয় গৰম। ইয়াৰ মাজতে যদি ঘামৰ শৰীৰে সংগীক আদৰ কৰিব বিচাৰে আঁতৰি যায় নেকি? কিন্তু চিন্তাৰ বিশেষ কাৰণ নাই৷...

Read moreDetails

জন্তুৰ চৰ্বিৰ পাছত এইবাৰ তিৰুপতি মন্দিৰৰ প্ৰসাদত ওলাল ধঁপাত!

প্ৰসাদী লাড়ুত ব্যৱহৃত ঘিউত পশুৰ চৰ্বি মিহলি কৰাৰ অভিযোগৰ মাজতে নতুন বিতৰ্কৰ মাজত তিৰুপতি মন্দিৰ। ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদত ধঁপাতজাতীয় সামগ্ৰী...

Read moreDetails

বজালী : বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে মৰমৰ ভিনিহিয়েকে! খঙতে যৌনাংগ কাটি পেলালে খুলশালীয়েকে

বজালী জিলাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে এজন পুৰুষৰ যৌনাংগ কাটি পেলালে এগৰাকী মহিলাই। জানিব...

Read moreDetails

নিৰাপদ নহয় এপলৰ গেজেট! তথ্য ফাদিল হোৱাৰ আশংকাৰ সতৰ্কবাণী কেন্দ্ৰৰ

‘আটাইতকৈ নিৰাপদ’ বুলি দাবী কৰিলেও এপল সঁচাকৈয়ে নিৰাপদ নেকি? শেহতীয়াকৈ ভাৰতৰ বজাৰত উপলব্ধ হৈছে আইফোন ১৬ মোবাইল ফোন। নতুন ফোনটো...

Read moreDetails
Page 2967 of 15172 1 … 2,966 2,967 2,968 … 15,172

Recommended

Most Popular