দেশৰ পৰা নিৰ্মূল হোৱাৰ পথত মাওবাদ! অস্ত্ৰসম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহিল ২৫ গৰাকী বিদ্ৰোহী
ভাৰতক মাওবাদমুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ মাজতে ঝাৰখণ্ডত এক বৃহৎ সফলতা লাভ কৰিছে যৌথ বাহিনীয়ে। ঝাৰখণ্ড...
Read moreDetailsভাৰতক মাওবাদমুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ মাজতে ঝাৰখণ্ডত এক বৃহৎ সফলতা লাভ কৰিছে যৌথ বাহিনীয়ে। ঝাৰখণ্ড...
Read moreDetailsভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এক গৌৰৱোজ্জ্বল নিশাৰ দুৰ্লভ স্মাৰক বুলি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ৰেষ্টুৰেণ্টৰ বিল সম্পূৰ্ণ ভুৱা বুলি...
Read moreDetailsNEET প্ৰশ্ন ফাদিলক লৈ ছ’চিয়েল মিডিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰে বিশাল দাদলানীয়ে। সূত্ৰ অনুসৰি চৰকাৰক সমালোচনা কৰাৰ বাবেই ইণ্ডিয়ান আইডলৰ...
Read moreDetails২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল মাষ্টাৰমাইণ্ড হামজা বুৰহান পাকিস্তান অধিকৃত কাশ্মীৰত অচিনাকী বন্দুকধাৰীৰ হাতত নিহত হৈছে। হামজা বুৰহানক...
Read moreDetailsপ্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৩৫ সংখ্যক মৃত্যুবৰ্ষীকীত তেওঁৰ পুত্ৰ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd