নিৰ্বাচনৰ পূৰ্বে উজান উঠিছে ঐশ্বৰ্যৰ! কৰ্ণাটকত ৫ কোটি নগদ ধন আৰু ১০৬কেজি অলংকাৰ জব্দ
লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত সংঘটিত হৈছে ব্যাপক ৰূপত ধনৰ লেনদেন৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক আৰক্ষীয়ে বৃহৎ অভিযান চলাই...
Read moreDetailsলোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত সংঘটিত হৈছে ব্যাপক ৰূপত ধনৰ লেনদেন৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক আৰক্ষীয়ে বৃহৎ অভিযান চলাই...
Read moreDetails‘ফ্ৰীজ, স্মাৰ্ট টিভিৰ ৰচিদ...’; ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হেমন্ত ছোৰেনৰ বিৰুদ্ধে এই প্ৰমাণ সংগ্ৰহ কৰিছে ইডিয়ে! যোৱা জানুৱাৰীত ঝাৰখণ্ডৰ...
Read moreDetailsআজি ২০২৪ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে। যিটো হৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। অৰ্থাৎ চন্দ্ৰৰ ছায়াই সূৰ্য্যটোক সম্পূৰ্ণৰূপে আৱৰি ধৰিব। যিটো...
Read moreDetailsএক বিশেষ ৰায়দানক লৈ দেশজুৰি চৰ্চালৈ আহিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷ শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ বিপদক স্বীকৃতি দি আৰু ২০৭০ চনৰ ভিতৰত...
Read moreDetailsপ্ৰতিপল দেশত সংঘটিত হৈছে সংবিধানপ্ৰদত্ত বাক্-স্বাধীনতা ৰোধৰ কচৰৎ৷ সংবাদ মাধ্যমৰ পৰা ব্যক্তিলৈ- সকলোৰে চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ কাঢ়ি লোৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd