• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ফ্ৰীজ, স্মাৰ্ট টিভিৰ ৰচিদ’, ৩১ কোটিৰ ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হেমন্ত ছোৰেনৰ বিৰুদ্ধে ইডিৰ প্ৰমাণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2024 11:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ফ্ৰীজ, স্মাৰ্ট টিভিৰ ৰচিদ…’; ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হেমন্ত ছোৰেনৰ বিৰুদ্ধে এই প্ৰমাণ সংগ্ৰহ কৰিছে ইডিয়ে!

যোৱা জানুৱাৰীত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। চম্পাই ছোৰেন এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী। সংস্থাটোৰ মতে, ২০১১ চনত ৰাঁচীৰ বৰগাইন অঞ্চলত হেমন্ত ছোৰেনে অবৈধভাৱে ৮.৮৬ একৰ মাটি দখল কৰিছিল। অভিযোগনামাত প্ৰায় ৩১ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ কথাও উল্লেখ আছে।

ভূমি কেলেংকাৰীৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বিৰুদ্ধে ফ্ৰীজ আৰু স্মাৰ্ট টিভিৰ ৰচিদ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিছে এনফৰ্চমেণ্ট সঞ্চালকালয়ে।

Apply Now

লগতে পঢ়কঃ সূৰ্যগ্ৰহণক লৈ বিভ্ৰান্তি! সোমবাৰে কেতিয়া হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ? ভাৰতত দেখা পোৱা যাবনে?

ইডিৰ দাবী, হেমন্ত ছোৰেনে ৩১ কোটিৰো অধিক মূল্যৰ ৮.৮৬ একৰ মাটি অবৈধভাৱে অধিগ্ৰহণ কৰে। ইডিয়ে এই ৰচিদ সংগ্ৰহ কৰিছে ৰাঁচীত অৱস্থিত দুজন ডিলাৰৰ পৰা। যোৱা মাহত জেএমএমৰ নেতাগৰাকীৰ লগতে আন চাৰিজনৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাত এই তথ্য দাখিলকৰিছে।

ইডিয়ে জনোৱা মতে, সন্তোষ মুণ্ডাৰ পৰিয়ালৰ সদস্যৰ নামত এই ইলেক্ট্ৰনিক গেজেট দুটা ক্ৰয় কৰা হৈছে। কোন এই সন্তোষ মুণ্ডা? তেওঁ ১৪ বছৰ ধৰি হেমন্ত ছোৰেনৰ সম্পত্তিৰ ‘কেয়াৰটেকাৰ’ হিচাপে মাটিৰ চোৱাচিতা কৰি আহিছে। সন্তোষ মুণ্ডাই ইডিক এই কথাও জনাইছে যে হেমন্ত ছোৰেণ আৰু তেওঁৰ পত্নী কল্পনাই “দুইৰ পৰা তিনিবাৰ” মাটিখিনি পৰিদৰ্শন কৰিছিল আৰু তেওঁ প্লটটোত সীমাৰ দেৱাল নিৰ্মাণ কৰাৰ সময়ত শ্ৰমিক হিচাপে কাম কৰিছিল।

সংস্থাটোৱে জনোৱা মতে, ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত মুণ্ডাৰ পুত্ৰৰ নামত এটা ফ্ৰীজ ক্ৰয় কৰাৰ লগতে ২০২২ চনৰ নৱেম্বৰ মাহত ৰাঁচীৰ মাটিৰ ঠিকনাত কন্যাৰ নামত এটা স্মাৰ্ট টিভি ক্ৰয় কৰা হৈছিল। ১৯১ পৃষ্ঠাৰ অভিযোগনামাত ছোৰেন, ৰাজকুমাৰ পাহান, হিলাৰিয়াছ কাচাপ, ভানু প্ৰতাপ প্ৰসাদ আৰু বিনোদ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; জলবায়ু আৰু পৰিবেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা

তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰে যে ঝাৰখণ্ডত এটা ভূমি মাফিয়া চক্ৰ সক্ৰিয় হৈ আছে যিয়ে ৰাঁচীত ভূমিৰ নথি জাল কৰে।

ছোৰেনে সকলো অভিযোগ অস্বীকাৰ কৰি দাবী কৰে যে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰসমূহক অস্থিৰ কৰাৰ বাবে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd