অনিল আম্বানী গোটৰ ৩,০৩৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে কেন্দ্ৰীয় সংস্থাই
প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে মঙলবাৰে উদ্যোগপতি অনিল আম্বানীৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰিলায়েন্স কমিউনিকেশ্যনৰ সৈতে জড়িত বেংক জালিয়াতি...
Read moreDetailsপ্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে মঙলবাৰে উদ্যোগপতি অনিল আম্বানীৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰিলায়েন্স কমিউনিকেশ্যনৰ সৈতে জড়িত বেংক জালিয়াতি...
Read moreDetailsইন্দোৰ চহৰৰ চাঞ্চল্যলকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত এক গুৰুত্বপূৰ্ণ আইনী মোৰ পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত তথা নিহত ৰাজাৰ...
Read moreDetailsবেংগালুৰুত এজন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অতি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বেংগালুৰু উত্তৰ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনন্দ নাইডুৱে দুজন...
Read moreDetailsগুগল ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে এক নতুন সুবিধা। এতিয়াৰে পৰা আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ তথ্য গুগল ৱালেটত অতি সহজে আৰু সুৰক্ষিতভাৱে...
Read moreDetailsতেলেংগানা চৰকাৰে আৰক্ষী বাহিনীৰ লোকসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ তথা আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে জাৰি কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd