• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰত বিদ্ৰোহী সংগঠনৰ হাতত গ্ৰেপ্তাৰ ১০ জন সেনা; আত্মসমৰ্পণ ২৮ জন আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 12:04 pm
ম্যানামাৰ সীমান্ত অঞ্চলৰ    সংগ্ৰহীত ফটো।

ম্যানামাৰ সীমান্ত অঞ্চলৰ সংগ্ৰহীত ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ কেইবাজনো সদস্যই আত্মসমৰ্পণ কৰিছে বা আটক হৈছে বুলি বুধবাৰে এটা বিদ্ৰোহী সংগঠনে সদৰী কৰে।

ম্যানমাৰৰ পশ্চিম অঞ্চলৰ ৰাজ্য ৰাখাইনত থকা এটা জনগোষ্ঠীয় সশস্ত্ৰ বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীয়ে প্ৰকাশ কৰা অনুসৰি কমেও ২৮ জন আৰক্ষীয়ে অস্ত্ৰসহ আত্মসমৰ্পণ কৰিছে। আনহাতে, ১০ জন সেনা জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। এই সংগঠনটোৱে দীৰ্ঘদিন ধৰি ৰাজ্যখনত স্বায়ত্তশাসনৰ দাবী জনাই আহিছে।

অৱশ্যে আৰাকান সেনাই দাবী কৰা তথ্যসমূহ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব নোৱাৰিলে পৰা হোৱা নাই। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰিতো এই তথ্য প্ৰকাশ পাইছে।

Apply Now

লগতে পঢ়কঃ ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা; অভিযুক্তৰ যৌনাংগ কাটি লৈ থানাত উপস্থিত যুৱতী!

ইপিনে, ৰাজ্যখনৰ ৰাজধানী ছিট্টৱেত বলবৎ হৈছে সান্ধ্য আইন। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি চহৰখনত সামৰিক টেংক টহল দি আছে।

২০২১ চনত আং ছান ছু কিৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰা সামৰিক অভ্যুত্থানত ক্ষমতা দখল কৰাৰ পিছত ম্যানমাৰৰ জুন্টা সম্প্ৰতি কঠিন সময়ৰ মাজেৰে পাৰ হৈছে।

যোৱা অক্টোবৰৰ পৰা আৰাকান আৰ্মীকে ধৰি তিনিটা জনগোষ্ঠীয় সংখ্যালঘু বিদ্ৰোহী সংগঠনে দেশৰ বিভিন্ন প্ৰান্তত জুন্টা বাহিনীৰ সৈতে যুঁজ দি আহিছে। তেওঁলোকে কিছুমান চহৰ আৰু সামৰিক চকীও দখল কৰা বুলিও দাবী কৰিছে।

লগতে পঢ়কঃছেমি নহয় ছামি ফাইনেল! বিশ্বকাপৰ নক আউটত ছামিৰ সৰ্বকালৰ শ্ৰেষ্ঠ বলিং; ভংগ গেৰীৰ ৪৮ বছৰীয়া অভিলেখ

জুন্টাৰ মুখপাত্ৰ জে মিন টুনে মঙলবাৰে অভিযোগ কৰে যে বিদ্ৰোহী গোটসমূহে “গোটেই দেশখন ধ্বংস কৰি আছে”। আৰু তেওঁলোকে সামৰিক চকীসমূহ দখল কৰিছে বুলি কৰা দাবীটো ‘এক অপপ্ৰচাৰ’।

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে ৰাখাইন, শ্বান আৰু কয়াহ ৰাজ্যত যুদ্ধ চলি আছে। অৱশ্যে জুন্টা বাহিনীৰ আত্মসমৰ্পণৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য নকৰিলে।

আনহাতে দেশখনৰ চীন ৰাজ্যতো সংঘৰ্ষৰ খবৰ পোৱা গৈছে। তাৰ পৰা ৪৩ জন ম্যানমাৰৰ জোৱান সীমান্ত পাৰ হৈ ভাৰতৰ মিজোৰামত প্ৰৱেশ কৰি থকা অৱস্থাত ধৰা পৰে।

লগতে পঢ়কঃশচীনৰ বিৰাট-বন্দনা! প্ৰথম দৰ্শনত ভৰি চুইছিল, হাঁহি ৰখাব পৰা নাছিলো; একেবাৰে অন্তৰ চুই গ’ল

নাম প্ৰকাশ নকৰাৰ চৰ্তত ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ এগৰাকী বিষয়াই কয় যে বন্দী ম্যানমাৰৰ অধিকাংশ জোৱানক সীমান্তৰ আন এটা স্থানত ভাৰতীয় বাহিনীয়ে ম্যানমাৰ কৰ্তৃপক্ষক গতাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd