মণিপুৰত অব্যাহত হিংসা! গুলীচালনাত ২ জন সাধাৰণ নাগৰিক নিহত; ৬টা ঘৰত অগ্নিসংযোগ
মণিপুৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ গুলীত আঘাতপ্ৰাপ্ত দুজন সাধাৰণ নাগৰিকৰ পিছত মৃত্যু হোৱা বুলি শুকুৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও...
Read moreDetails











