Latest Post

বিদেশৰ পৰা অহা ৫৬ কোটি মূল্যৰ মূল্যৱান সামগ্ৰী চুৰি কৰি শুল্ক বিভাগৰ জালত এজন যুৱক

শুক্ৰবাৰে বিদেশৰ পৰা অহা ৫৬ কোটি টকাৰ মূল্যৰ সম্পদ চুৰি কৰাৰ অভিযোগত শুল্ক বিভাগে এজন লোকক গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত তথ্য...

Read moreDetails

গান্ধী পৰিয়ালক অপমান! স্বয়ং প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী কংগ্ৰেছৰ

যি সময়ত বিজেপিয়ে কেমব্ৰিজত তেওঁৰ বিতৰ্কিত মন্তব্যক লৈ ৰাহুল গান্ধীক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰি আছে, ঠিক সেই সময়তে কংগ্ৰেছে প্ৰধানমন্ত্ৰী...

Read moreDetails

থমকি নৰয় যুদ্ধ! প্ৰথমখন দেশ হিচাপে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আগবঢ়াব পোলেণ্ডে

বিশ্বৰ প্ৰথমখন দেশ হিচাপে পোলেণ্ড ইউক্ৰেইনলৈ যুদ্ধবিমান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে ইউক্ৰেইনক চাৰিখন মিগ-২৯ যুঁজাৰু বিমান দিয়াৰ সিদ্ধান্ত লৈছে। পোলেণ্ড...

Read moreDetails

ৰাজ্যৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ পৰলোকপ্ৰাপ্তি

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট চাহ উদ্যোগী, সমাজকৰ্মী ধীৰাজ কাকতিৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটিছে। গুৱাহাটীৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত আবেলি ৪.৪৫ তেওঁ শেষ...

Read moreDetails

ছেবাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগ! অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ...

Read moreDetails
Page 4783 of 15247 1 … 4,782 4,783 4,784 … 15,247

Recommended

Most Popular