DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থমকি নৰয় যুদ্ধ! প্ৰথমখন দেশ হিচাপে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আগবঢ়াব পোলেণ্ডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2023 1:22 pm
132
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ প্ৰথমখন দেশ হিচাপে পোলেণ্ড ইউক্ৰেইনলৈ যুদ্ধবিমান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে ইউক্ৰেইনক চাৰিখন মিগ-২৯ যুঁজাৰু বিমান দিয়াৰ সিদ্ধান্ত লৈছে। পোলেণ্ড হৈছে নাটোৰ সদস্য। ৰাছিয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশখনৰ এনে পদক্ষেপ গুৰুত্বপূৰ্ণ  বুলি গণ্য কৰা হয়।

পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰজেজ ডুডাই কৈছে যে যুঁজাৰু বিমানসমূহ অহা কেইদিনমানৰ ভিতৰত ইউক্ৰেইনক হস্তান্তৰ কৰা হ’ব। পোলেণ্ডে প্ৰাক্তন জাৰ্মান গণতান্ত্ৰিক গণৰাজ্যৰ পৰা যুঁজাৰু বিমানবোৰ লাভ কৰিছিল।

লগতে পঢ়ক: পুটিনৰ বাৰ্তা! ‘যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব’

ডুডাই কৈছে যে যুঁজাৰু বিমানবোৰ এতিয়াও পোলেণ্ডৰ বায়ু প্ৰতিৰক্ষাত ব্যৱহাৰ কৰা হৈছে। তেওঁ কয় যে সিদ্ধান্তটো উচ্চ পৰ্যায়ৰ পৰা আহিছে।

ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা কিয়েভে নাটো মিত্ৰশক্তিক যুঁজাৰু বিমান যোগান ধৰিবলৈ অনুৰোধ কৰি আহিছে। পৰিকল্পনা অনুসৰি, যদি পোলেণ্ডে ইউক্ৰেইনলৈ যুঁজাৰু বিমান যোগান ধৰে, তেন্তে ই হ’ব নাটো মিত্ৰশক্তিৰ এনে ধৰণৰ প্ৰথম পদক্ষেপ।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ চিকাৰ! জালিয়াতিৰ অভিযোগত ৭০০তকৈয়ো অধিক ভাৰতীয় শিক্ষাৰ্থীক দেশ এৰাৰ জাননী কানাডাৰ

অৱশ্যে আন নাটো মিত্ৰশক্তিয়েও একে ধৰণৰ পদক্ষেপ ল’ব নে নাই সেয়া ৰাষ্ট্ৰপতি ডুডাই জনোৱা নাই।

Recent News

নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

নীৰৱতা ভংগ কৰিলে ৰাহুলে! সাংসদ পদ বাতিলৰ পিছত যুঁজ দিয়াৰ বাৰ্তা কংগ্ৰেছ নেতাগৰাকীৰ

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd