মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি
সোমবাৰে প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে প্ৰায় ১৫,৩৮৩ লোকে প্ৰাণ হেৰুৱাইছে। বিগত চাৰিটা দিন ধৰি ভূমিকম্পই...
Read moreDetailsসোমবাৰে প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত এতিয়ালৈকে প্ৰায় ১৫,৩৮৩ লোকে প্ৰাণ হেৰুৱাইছে। বিগত চাৰিটা দিন ধৰি ভূমিকম্পই...
Read moreDetailsবিগত পাঁচটা বছৰত সমগ্ৰ দেশতে আৰক্ষীৰ জিম্মাত ৬৬৯ গৰাকী ব্যক্তিৰ মৃত্যুৰ গোচৰ পঞ্জীয়ন হৈছে। বুধবাৰে ৰাজ্যসভাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই...
Read moreDetailsবিংশ শতিকাৰ মাজভাগত সংঘটিত দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা উদ্ধাৰ হয় মণিপুৰত। বুধবাৰে ৰাজ্যখনৰ পৃথক পৃথক স্থানত উদ্ধাৰ হৈছিল বোমা দুটা।...
Read moreDetailsএগৰাকী ২১ বছৰীয়া যুৱতীৰ তেওঁৰ সৈতে গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ পিছতে যুৱতীগৰাকীক নিজ পিতৃ-মাতৃয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উঠিছে।...
Read moreDetailsইটোৰ পিছত সিটোকৈ কালগ্ৰাসী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় নাগৰিক। কৰ্মসংক্ৰান্তীয় কাৰণত তুৰস্ক ভ্ৰমণলৈ যোৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd