Latest Post

মস্কো-গোৱা বিমানত বোমাতংক! গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিত জৰুৰী অৱতৰণ

যাত্ৰীবাহী বিমানখন ৰাছিয়াৰ মস্কোৰ পৰা গোৱালৈ আহি আছিল। কিন্তু গন্তব্যস্থানত উপনীত হোৱাৰ পূৰ্বেই ঘটিল বিপদ। বিমানখনত এটা বোমা থকা ভাবুকিৰ...

Read moreDetails

আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

পুনৰ এটা শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে ইণ্ডোনেছিয়া। সোমবাৰে নিশা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হয়। ফলত দেশখনত চুনামিৰ সতৰ্কবাণী জাৰি কৰা...

Read moreDetails

ফ্লেছবেকত আজমেৰ ১৯৯২: পিতৃহন্তাৰ হত্যাৰে ১৯৯২ ৰ আজমেৰ কাণ্ডক পুনৰ তুলি আনিলে মদন সিঙৰ পুত্ৰই

চন ১৯৯২। স্থান ৰাজস্থানৰ এখন সৰু চহৰ আজমেৰ। হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ ডোলেৰে বান্ধ খাই থকা পবিত্ৰ স্থান আজমেৰ। এই...

Read moreDetails

নিশ্চিহ্ন হৈ যাব নেকি যোশীমঠ! চিৰাচিৰ ফাটে আতংকিত কৰি তুলিছে যোশীমঠক

যোৱা কিছুদিনৰ পৰা উত্তৰাখণ্ডৰ যোশীমঠ নামৰ পাহাৰীয়া চহৰখনত আৰম্ভ হৈছে প্ৰাকৃতিক প্ৰলয়। পাহাৰীয়া চহৰখনৰ ভূপৃষ্ঠত প্ৰকাণ্ড ফাট মেলিছে। বাট পথটো...

Read moreDetails

‘ৰাজহুৱা বুদ্ধিজীৱী বুলি মোক আক্ৰমণ কৰা হয়’: কিয় এইদৰে ক’লে ড° হীৰেন গোহাঁয়ে!

এজন ৰাজহুৱা বুদ্ধিজীৱী বুলি মোক আক্ৰমণ কৰা হয়। একাংশ লোকে মোক এই বুলিয়ে কটাক্ষ কৰি আক্ৰমণ কৰে। এতিয়া সংকটত দেশৰ...

Read moreDetails
Page 5001 of 15256 1 … 5,000 5,001 5,002 … 15,256

Recommended

Most Popular