দিল্লীৰ প্ৰবসুৱা চিঠিঃ লুইতক ভেটিব কোনে?
গুৱাহাটীৰ কমাৰ ভাটীৰ লেখিয়া গৰমৰ পৰা কিছুদিন সাৰি থাকিলেও মন অসমতে পৰি আছে। যাবলৈ ওলাইছো। কেইটামান কথা মনলৈ আহিছে, ৰাইজক...
Read moreDetailsগুৱাহাটীৰ কমাৰ ভাটীৰ লেখিয়া গৰমৰ পৰা কিছুদিন সাৰি থাকিলেও মন অসমতে পৰি আছে। যাবলৈ ওলাইছো। কেইটামান কথা মনলৈ আহিছে, ৰাইজক...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন শিক্ষক পদৰ বাবে আবেদন আমন্ত্ৰণ কৰা হৈছে। বিশ্ববিদ্যালয়খনে সম্পূৰ্ণ অস্থায়ী ভিত্তিত হিন্দী বিভাগত শিক্ষক সহযোগী পদৰ বাবে...
Read moreDetailsনীতিশ কুমাৰৰ জনতা দল-ইউনাইটেডে (জেডিইউ) বিহাৰত বিজেপিৰ সৈতে সকলো সম্পৰ্ক ভাঙি পেলোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া মণিপুৰৰ ছয়জন জেডি(ইউ) বিধায়কৰ ভিতৰৰ...
Read moreDetailsগোলাঘাট জিলাৰ মৰঙি মৌজাৰ এক নং চেচাবিল অঞ্চলত যোৱা নিশা এটা বন্যহস্তীৰ মৃত্যু হয় ৷ মৰঙিৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ...
Read moreDetailsমাত্ৰ তিনি বছৰীয়া এটি শিশু। প্ৰস্ৰাৱ চেপি ৰাখিব নোৱাৰি পেণ্টটোকে তিয়াই দিলে। এই অপৰাধৰ বাবেই শিশুটিৰ গোপন অংগ জ্বলাই দিয়াৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd