Latest Post

চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ দিনাই বিহাৰত আৰজেডি নেতাৰ গৃহত চিবিআইৰ অভিযান

আজি বিহাৰ বিধানসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নীতিশ কুমাৰৰ জেডিইউ আৰু তেজস্বী যাদৱ নেতৃত্বাধীন আৰজেডি- ৰ মিত্ৰজোঁটৰ চৰকাৰে। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ...

Read moreDetails

পাকিস্তানত ভুলতে মিছাইল নিক্ষেপ: তিনি বায়ু সেনা বিষয়াক বৰ্খাস্ত

যোৱা ৯ মাৰ্চত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভুলতে ব্ৰাহ্ম'ছ মিছাইল নিক্ষেপ ঘটনা সন্দৰ্ভত মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ তিনিগৰাকী বিষয়াক সেৱাৰ পৰা...

Read moreDetails

‘ভাৰ্টিকেল লাঞ্চ শ্বৰ্ট ৰেঞ্জ চাৰফেচ টু এয়াৰ মিছাইল’ৰ সফল পৰীক্ষণ ডিআৰডিঅ’- ভাৰতীয় নৌ সেনাৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু ভাৰতীয় নৌসেনাই উৰিষ্যাৰ উপকূলৰ চান্দিপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ (ITR) ৰ পৰা ‘ভাৰ্টিকেল লাঞ্চ...

Read moreDetails

কলিয়াবৰত চাঞ্চ্যলকৰ হত্যাকাণ্ড: চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা হোটেল কৰ্মচাৰীক

যোৱা নিশা নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলত সংঘটিত হৈছে এক ভয়াৱহ হত্যাকাণ্ড কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ৰ সমীপত হোৱা এই হত‍্যাকাণ্ডই সৃষ্টি কৰিছে...

Read moreDetails

প্ৰফেট মহম্মদ বিতৰ্ক: নূপুৰ শৰ্মালৈ সমৰ্থন আগবঢ়ালে ৰাজ ঠাকৰেই

প্ৰফেট মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো নিন্দাৰ সন্মুখীন হোৱা বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাৰ সমৰ্থনত এইবাৰ...

Read moreDetails
Page 5465 of 15263 1 … 5,464 5,465 5,466 … 15,263

Recommended

Most Popular