অসমীয়াৰ অস্তিত্ব আৰু সাহিত্যসভা
সৰুতে আইৰ মুখত সাহিত্যসভাৰ অধিৱেশন সম্পৰ্কে শুনা সেই গহীন, কিন্তু উৎসাহী, নিষ্পাপ, সৰলতা ভৰা বিৱৰণে মনত গাঁঠি পেলাইছিল অসম সাহিত্যসভাৰ...
Read moreDetailsসৰুতে আইৰ মুখত সাহিত্যসভাৰ অধিৱেশন সম্পৰ্কে শুনা সেই গহীন, কিন্তু উৎসাহী, নিষ্পাপ, সৰলতা ভৰা বিৱৰণে মনত গাঁঠি পেলাইছিল অসম সাহিত্যসভাৰ...
Read moreDetailsUkraine sees wartime marriage rush ৰাছিয়াৰ সামৰিক অভিযানৰ বাবে এতিয়া ইউক্ৰেইনৰ চাৰিওফালে বোমা আৰু গুলী-বাৰুদৰ গোন্ধ বিয়পিছে। বহুলোকে এতিয়া প্ৰচণ্ড...
Read moreDetailsৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক আজি এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে। হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ কৰাৰ বাবেই নিলম্বন...
Read moreDetailsবৃহস্পতিবাৰে ৰাজীৱ ভৱনৰ সন্মুখত মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত নাৰীক অসৎ কাৰ্যত প্ৰবৃত্ত কৰোওৱাৰ নিকৃষ্ট ঘটনাৰ প্ৰতিবাদত আৰু মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত...
Read moreDetailsনেচনেল ইনষ্টিটিউট ইন ফাৰ্মাচিউটিকেল চাইন্স (NIPER) গুৱাহাটীয়ে বায়ো-নেষ্ট এনআইপিআৰ-গুৱাহাটী নামৰ ইয়াৰ ইনকিউবেচন চেণ্টাৰৰ বাবে ইনকিউবেচন মেনেজাৰ পদত যোগ্য প্ৰাৰ্থীৰ পৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd