বিচনাই সংগী হৈ পৰিছে জটিল ৰোগত আক্ৰান্ত জুপিতৰা দাসৰ: চিকিৎসাৰ বাবে প্ৰয়োজন ৰাইজৰ সহায়ৰ
এগৰাকী তেৰ বছৰীয়া কিশোৰী। শৈশৱ আৰু কৈশোৰৰ সেন্দুৰীয়া এই যাত্ৰাৰ সময়তে স্থবিৰ হৈ পৰিল জীবনৰ গতি। সম বয়সৰ আন কোনোৱে...
Read moreDetailsএগৰাকী তেৰ বছৰীয়া কিশোৰী। শৈশৱ আৰু কৈশোৰৰ সেন্দুৰীয়া এই যাত্ৰাৰ সময়তে স্থবিৰ হৈ পৰিল জীবনৰ গতি। সম বয়সৰ আন কোনোৱে...
Read moreDetailsশেহতীয়া কিছুদিন ধৰি গুৱাহাটী মহানগৰীত নিয়মীয়াকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে আজি পুনৰ মহানগৰীত উদ্ধাৰ হৈছে...
Read moreDetailsআপুনি সচৰাচৰ দেখি থকা এটা কুকুৰৰ আনুমানিক বয়স কিমান হ'ব পাৰে? বা কেতিয়াবা ভাবিছে নে বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰটোৰ বয়স...
Read moreDetailsদিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ২৮ কোটি টকাৰ কোকেইনসহ উগাণ্ডাৰ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। এই বৃহৎ পৰিমাণৰ কোকেইনখিনি সৰবৰাহৰ...
Read moreDetailsসন্ত্ৰাসবাদীক অৰ্থৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যোৱা বুধবাৰে নিয়াৰ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd