‘হয় মূল্য নিয়ন্ত্ৰণ কৰক,নহ’লে গাদী এৰক’-মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাব অসম জাতীয় পৰিষদে
উত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগেই দেশত পেট্ৰ’লৰ মূল্যই পুনৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে।...
Read moreDetailsউত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগেই দেশত পেট্ৰ’লৰ মূল্যই পুনৰ শতকৰ ঘৰ অতিক্ৰম কৰিলে।...
Read moreDetailsকট্টৰ ইছলামিক তালিবান শাসনাধীন আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফৰ এটা মছজিদত সংঘটিত বিস্ফোৰণত কমেও ১৬ লোক নিহত হৈছে। বিস্ফোৰণত কেইবাগৰাকীও ব্যক্তি আহত হৈছে...
Read moreDetailsমাইক্ৰ’ফাইন্সেৰ চেক নেপাই কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাত একাংশ মহিলাই প্ৰতিবাদ কৰে। লকডাউনৰ সময়ত নিয়মীয়াকৈ ধন আদায় দিয়াৰ পিছতো চেক নোপোৱাত...
Read moreDetailsগুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট...
Read moreDetailsকোকৰাঝাৰ আৰক্ষীয়ে সুদূৰ গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইটাৰযোগে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd