Latest Post

অপৰাধীৰ ৰম্যভূমিত পৰিণত হাজো! একেনিশাই ডকাইতি আৰু চাঞ্চল্যকৰ অপহৰণৰ দুটাকৈ ঘটনা

এতিয়া যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে তীৰ্থনগৰী হাজো। হাজোত একেনিশাই সংঘটিত হ'ল চাঞ্চল্যকৰ অপহৰণ আৰু ডকাইতিৰ দুটাকৈ ঘটনা। প্ৰথম ঘটনাটো...

Read moreDetails

ৰণক্ষেত্ৰ দিল্লী! হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়তে দুই গোষ্ঠীৰ মাজত সংঘৰ্ষ; আহত ৬ আৰক্ষী

হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছে। শনিবাৰে দুই গোষ্ঠীৰ মাজত ঘটনা সংঘৰ্ষ, শিলাবৰ্ষণৰ ফলত ছয়গৰাকী...

Read moreDetails

আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ শ্ব’পিং মলত গুলীচালনা; ১২ জন লোক আহত,৩ জন আটক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰ’লিনাৰ এটা শ্বপিং মলত সংঘটিত গুলীচালনাৰ ঘটনাত ১২ জন লোক আহত হয়। আৰক্ষীয়ে জানিবলৈ দিয়ে যে শনিবাৰে...

Read moreDetails

পাকিস্তানত পৰিৱৰ্তনৰ লহৰ! প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ হামজা শ্বাহবাজ হ’ল পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী

পাকিস্তানৰ ৰাজনীতিত পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে! শ্বাহবাজ শ্বৰিফ দেশখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত এইবাৰ পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে...

Read moreDetails

তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই?

কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে। একাংশ...

Read moreDetails
Page 5944 of 15273 1 … 5,943 5,944 5,945 … 15,273

Recommended

Most Popular