• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ সোণোৱাল-হিমন্ত-মহনৰ প্ৰতীকী শৱদেহ লৈ প্ৰতিবাদত তাই আহোম যুৱ পৰিষদ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , January 25, 2019 4:47 pm

1 min read

Citizenship Bill

মাহমৰাত শুকুৰবাৰে তাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

399
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসমজুৰি চলি থকা ধাৰাৱাহিক প্ৰতিবাদৰ মাজতে শুকুৰবাৰে মাহমৰাত মুখ্য মন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব আৰু স্থানীয় বিধায়ক যোগেন মহনৰ প্ৰতীকী শৱদেহ লৈ প্ৰতিবাদত বহে তাই আহোম যুৱ পৰিষদ।

বিজেপি নেতাকেইজনৰ প্ৰতীকী শৱদেহ লৈ চৰাইদেউ জিলাৰ মাহমৰাৰ কাকতীবাৰী তিনিআলিত বিধেয়কখনৰ বিৰুদ্ধে পথ অৱৰোধ কৰে তাই আহোম সংগঠনটোৱে।

তাই আহোম যুৱ পৰিষদ অসম, মাহমৰা আঞ্চলিক সমিতিৰ আহ্বানত প্ৰতিবাদত বিধেয়ক বাতিলৰ লগতে অঞ্চলটোৰ ৰাস্তা-ঘাট নিৰ্মাণৰ বাবেও স্থানীয় ৰাইজে দাবী জনায়।

পথ অৱৰোধ কাৰ্যসূচীটোৰ ফলত দুঘণ্টাৰ বাবে সম্পূৰ্ণ বন্ধ হৈ পৰে সোণাৰি-কাকতিবাৰী-ভজো সংযোগী পথ।

প্ৰতিবাদত বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ লগতে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আহোম জাতীয় গণ মঞ্চ, সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আটছা, টাই আহোম মহিলা পৰিষদ আদি বহুকেইটা সংগঠনে সহযোগ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd