ভাতৃৰ বিয়াত উপস্থিত হোৱাৰ বাবে নাপালে ছুটি; ক্ষোভত আত্মহত্যা যুৱকৰ
নিজ ভাতৃৰ বিবাহত উপস্থিত হোৱাৰ বাবে ছুটি মঞ্জুৰ নোহোৱাৰ ক্ষোভত আত্মহত্যা কৰিছে এজন ২৭ বৰ্ষীয় ট্ৰেকমেনে। ১৪ ফেব্ৰুৱাৰীত এখন চলন্ত...
Read moreDetailsনিজ ভাতৃৰ বিবাহত উপস্থিত হোৱাৰ বাবে ছুটি মঞ্জুৰ নোহোৱাৰ ক্ষোভত আত্মহত্যা কৰিছে এজন ২৭ বৰ্ষীয় ট্ৰেকমেনে। ১৪ ফেব্ৰুৱাৰীত এখন চলন্ত...
Read moreDetailsআজি ফাগুনৰ প্ৰথমটো বুধবাৰে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ দিচাংমুখৰ...
Read moreDetailsএইবেলি ৫৭ হাজাৰ ৩৫৪ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব যোৰহাট পৌৰসভাত। বিজেপিৰ বিৰুদ্ধে এইবাৰ যোৰহাট পৌৰসভাৰ নিৰ্বাচনত এঘৰী যুঁজিবলৈ...
Read moreDetailsএগৰাকী ৬ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগত হাইলাকান্দি আৰক্ষীয়ে এজন ১৫ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে। এই নৃশংস ঘটনা...
Read moreDetailsমাঘী পূৰ্ণিমা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয় কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd