পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা, ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব নিৰ্বাচন
ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। উত্তৰ প্ৰদেশৰ...
Read moreDetailsভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। উত্তৰ প্ৰদেশৰ...
Read moreDetails‘মোৰ দেশৰ কবিতা"ৰ গুঞ্জনেৰে আজি মুখৰিত হয় অসম গ্ৰন্থমেলাৰ বাকৰি। সমগ্ৰ দেশজুৰি স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত হৈ থকা ‘আজাদী...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনক লৈ বিজেপিৰ সৈতে ৰাজনৈতিক বিতৰ্কত লিপ্ত হোৱা পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ...
Read moreDetails২০০১ চনৰ ৭ জানুৱাৰীত সঞ্জীৱ ৰায় নামৰ আক্ৰাছু নেতা গৰাকীক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল৷ সেই দিন ধৰি আক্ৰাছুৱে প্ৰতি বছৰে...
Read moreDetailsঅস্কাৰ বিজয়ী হলীউদৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা ছিডনি পইটিয়াৰৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪বছৰ। পইটিয়াৰে ১৯৬৩ চনত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd