• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“কৰ্তব্যতকৈ নিজৰ জীৱনৰ বিষয়ে চিন্তিত লোকে ভাৰতৰ দৰে দেশত ডাঙৰ দায়িত্ব ল’ব নালাগে” চৰ্দাৰ পেটেলৰ উদ্ধৃতিৰে বিজেপিক কটাক্ষ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2022 3:16 pm
Channi Hits BJP With Quote From Sardar Patel
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনক লৈ বিজেপিৰ সৈতে ৰাজনৈতিক বিতৰ্কত লিপ্ত হোৱা পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ উদ্ধৃতিৰে তাচ্ছিল্য কৰিছে বিজেপিক।

স্বাধীনতা সংগ্ৰামীগৰাকীৰ ফটোসহ এটা উদ্ধৃতিৰে চান্নীয়ে টুইট কৰি কয়, “যিজনে তেওঁৰ কৰ্তব্যতকৈ নিজৰ জীৱনৰ বিষয়ে বেছি চিন্তিত, তেওঁ ভাৰতৰ দৰে দেশত ডাঙৰ দায়িত্ব ল’ব নালাগে।”

Apply Now

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত শ্ৰীযুত চান্নীয়ে ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে প্ৰধানমন্ত্ৰী মোডীৰ জীৱন হত্যাৰ অভিপ্ৰায়েৰে বিপদাপন্ন কৰাৰ প্ৰচেষ্টা চলোৱা বুলি বিজেপিয়ে তোলা অভিযোগৰ তীব্ৰ নিন্দা কৰে।

 

जिसे कर्त्तव्य से ज़्यादा जान की फ़िक्र हो, उसे भारत जैसे देश में बड़ी जिम्मेदारी नहीं लेनी चाहिए !

– सरदार वल्लभभाई पटेल pic.twitter.com/zefpEroVAF

— Charanjit S Channi (@CHARANJITCHANNI) January 7, 2022

“তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি ক’ত আছিল? তেওঁৰ কনভয়ৰ এক কিলোমিটাৰ ভিতৰত কোনেও প্ৰৱেশ কৰা নাছিল। কোনো শিল নিক্ষেপ কৰা হোৱা নাছিল, কোনো গুলী নিক্ষেপ কৰা হোৱা নাছিল, কোনো শ্ল’গান দিয়া হোৱা নাছিল। ইয়াৰ পিছতো ইমান ডাঙৰ নেতাৰ এনে এক সংবেদনশীল মন্তব্য শোভা নাপায়। মানুহে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে ভোট দিছিল। তেওঁ দায়িত্বশীল বিবৃতি দিয়া উচিত।” তেওঁ কয়।

কংগ্ৰেছে বাৰে বাৰে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোডীৰ কনভয় উৰণীয়া সেঁতুত আৱদ্ধ হৈ পৰা ঘটনাটোৰ দ্বাৰা বিজেপিয়ে ৰাজনৈতিক লাভালাভ কৰিবলৈ চেষ্টা কৰি আছে।

কংগ্ৰেছে লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে হেলিকপ্টাৰেৰে ফিৰোজপুৰলৈ যাত্ৰা কৰিব বুলি আশা কৰা হৈছিল। কিন্তু বতৰৰ বাবে পৰিকল্পনা সলনি কৰিব লগা হৈছিল।

“পঞ্জাৱ আৰু পাঞ্জাৱ বাসীক বদনাম কৰাটো এটা গভীৰ ষড়যন্ত্ৰ। এইয়া ৰাজ্যখনৰ পৰিস্থিতিক বিকৃত কৰাৰ এটা প্ৰয়াস। লগতে এইয়া পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ এটা প্ৰয়াস।”— শ্ৰীযুত চান্নীয়ে লগতে কয়।

“স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত সৰ্বাধিক সংখ্যক লোক আছিল পঞ্জাৱৰ। সেয়েহে পঞ্জাৱ আৰু পাঞ্জাৱীসকলৰ ওপৰত এনে ধৰণৰ কাৰ্য্যৰ অভিযোগ উত্থাপন কৰাটো ভুল।” তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd