শ্বহীদ কৃষক পৰিয়ালক ৰাজ্য অনুসৰি ক্ষতিপূৰণ আৰু নিযুক্তিৰ আহ্বান কৃষক নেতাৰ
ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) নেতা ৰাকেশ টিকাইটে কৃষি আইন বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা কৃষকসকলৰ আত্মীয়সকলৰ বাবে ৰাজ্য অনুসৰি ক্ষতিপূৰণ আৰু...
Read moreDetailsভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) নেতা ৰাকেশ টিকাইটে কৃষি আইন বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা কৃষকসকলৰ আত্মীয়সকলৰ বাবে ৰাজ্য অনুসৰি ক্ষতিপূৰণ আৰু...
Read moreDetailsমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত ঘোষণা কৰিছে ২০২১ চনৰ 'অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’ বঁটা। সামাজিক, ৰাজনৈতিক, ক্ৰীড়া,...
Read moreDetailsভাৰত চৰকাৰে উত্তৰ প্ৰদেশৰ আমেঠিত পাঁচ লাখতকৈও অধিক উচ্চ ক্ষমতাসম্পন্ন AK-203 ৰাইফল তৈয়াৰ কৰিবলৈ এটা বন্দুক নিৰ্মাণ কাৰখানাৰ অনুমোদন জনাইছে।...
Read moreDetailsসমগ্ৰ দেশৰ লগতে অসমতেো আৰম্ভ হৈছে ঘৰে ঘৰে কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। এই কাৰ্যসূচীলৈ ৰাজ্যৰ বহু লোকে সঁহাৰি জনাইছে যদিও...
Read moreDetailsমহানগৰীৰ জোনাকী নগৰৰ অৰূপ জ্যোতি পাঠক নামৰ যুৱকজন শুকুৰবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধানহীন হৈ আছে। ৩ ডিচেম্বৰৰ দিনা পুৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd