কৰ’নাৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি আহিল হিটমেন ৰোহিত; আগবঢ়ালে বৃহৎ পৰিমানৰ ধন
কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত এইবাৰ আগবাঢ়ি আহিল টীম ইণ্ডিয়াৰ ‘হিটমেন’ খ্যাত বিস্ফৰক বেটছমেন ৰোহিত শৰ্মা। টীম ইণ্ডিয়াৰ টী-২০ দলৰ...
কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত এইবাৰ আগবাঢ়ি আহিল টীম ইণ্ডিয়াৰ ‘হিটমেন’ খ্যাত বিস্ফৰক বেটছমেন ৰোহিত শৰ্মা। টীম ইণ্ডিয়াৰ টী-২০ দলৰ...
ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ বাইচুং ভূটীয়াই দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে মিজোৰামত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ...
গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন (জি এম চি)য়ে মহানগৰীৰ উপপথকে ইয়াৰ ছেনিটাইজেশ্যন কাৰ্যসূচীৰ অধীনত সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২৪ মাৰ্চৰ...
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দল নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত প্ৰত্যেকৰে মতামত বেলেগ বেলেগ হয়। আৰু এয়া হোৱাটো স্বাভাৱিক, কিয়নো সকলো খেলুৱৈ সকলোৰে পচন্দ...
বিভিন্ন দেশৰ পৰা ব্ৰিটিছ নাগৰিকসকলক খালী কৰাবলৈ লণ্ডনে বিশ্বজুৰি বিমানসেৱাৰ পেকেজ ঘোষণা কৰাৰ পাছত নতুন দিল্লীত থকা য়ুনাইটেড কিংডম মিছনে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd