বৰষাৰাণী বিষয়াৰ চৰিত্ৰহননত নামিল বিজেপি, CAA-সমৰ্থক; “প্ৰত্যুত্তৰ” হৈছেগৈ আঙুৰলতা ডেকাৰ চুটি কাপোৰৰ ফটো
CAA-বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ চৰিত্ৰহননত নামিছে বিজেপিৰ সমৰ্থক একাংশ। অভিনেত্ৰীগৰাকীয়ে পাৰ্টিত ফূৰ্তি কৰি থকা কেইটামান...











