ৰেচকিউৰ উদ্যোগত তলাতল ঘৰ প্ৰাংগণত বৃক্ষৰোপণ অভিনেতা নিপন গোস্বামীৰ
অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক তলাতল ঘৰ প্ৰাঙ্গণত আজি বৃক্ষ ৰোপণ কৰে। শিৱসাগৰৰ অন্যতম...
অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক তলাতল ঘৰ প্ৰাঙ্গণত আজি বৃক্ষ ৰোপণ কৰে। শিৱসাগৰৰ অন্যতম...
কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এক নিৰ্দেশনাৰ পাছত বিগত সময়ত কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া ভাষাৰ পাঠদানৰ ক্ষেত্ৰত চলি থকা অনিশ্চয়তাৰ অৱসান ঘটিছে।...
বুধবাৰে ছেবাই ঘোষণা কৰা অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ হোৱা হোজাই জিলাৰ লংকাৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ...
বুধবাৰে মহানগৰীৰ জু ৰোডৰ 'গুৱাহাটী চেণ্ট্ৰেল'ৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলোচনা পন্থী আলফা নেতা অনুপ...
ৰাজ্যত এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়া চলি থকা আৰু ইয়াকলৈ বিভিন্ন পক্ষৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শিৱসাগৰত এন আৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd